অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Jun 2019

গুৱাহাটীত ফাইনেনছিয়েল ছাৰ্ভিছত 19 টা পদ খালী: Private job in Guwahati-2019

Private job in Guwahati 2019

Last Date: 10/06/2019

Private job in Guwahati 2019

গুৱাহাটীৰ UNACCO Financial Services Pvt. Ltd. ত বিভিন্ন পদত নিযুক্তিৰ  বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


Private job in Guwahati 2019: Details of Vacancy

পদৰ সংখ্যা: 19 টা
ইয়াৰে
1. General Manager (Fin.): 01টা
2. Dist. Manager: 05 টা
3. MIS Manager: 01 টা
4. Asstt Branch Manager: 10 টা
5. Internal Auditor: 02 টা

Private job in Guwahati 2019: Education Qualification

1. General Manager (Fin.): CA/ MBA in Finance

2. Dist. Manager: স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

3. MIS Manager: BCA, আগতে 5 বছৰৰ কাম কৰাৰ অভিজ্ঞতা থকা হব লাগিব।

4. Asstt Branch Manager: স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

5. Internal Auditor: স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, তদুপৰি আগতে 3 বছৰৰ কাম কৰাৰ অভিজ্ঞতা থকা হব লাগিব।

Private job in Guwahati 2019: Salary

নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে দৰমহা দিয়া হব...

1. General Manager (Fin.): Best salary will be given as per qualification.

2. Dist. Manager: 20,000-30,000 টকা

3. MIS Manager: 15,000-25,000 টকা

4. Asstt Branch Manager: 15,000-25,000 টকা

5. Internal Auditor: 15,000-25,000 টকা

Private job in Guwahati 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ইমেইল ঠিকনাত 10/06/2019 তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব।

ইমেইল: jobunicco@gmail.com

অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে- 93655- 81661