অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2019

বেচৰকাৰী খণ্ডত bike showroom ৰ চাকৰিৰ পদ খালি: Job Opportunity at Two Wheeler Showroom

Job Opportunity at Two Wheeler Showroom

Job Opportunity at Two Wheeler Showroom

গুৱাহাটীৰ এক অগ্ৰণী অট'মোবাইল two wheeler dealership ৰ showroom ৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা বিভিন্ন পদৰ বাবে আৱেদন বিচৰা হৈছে।

Job Opportunity at Two Wheeler Showroom

পদসমূহ হল:
১/ Workshop মেনেজাৰ।
২/ ৰিচেপচনিস্ট
৩/ Workshop চুপাৰভাইজৰ।
৪/ একাউণ্ট এছিচটেণ্ট।
৫/ স্পেয়াৰ পাৰ্ট মেনেজাৰ।

Job Opportunity at Two Wheeler Showroom

খালি পদৰ সংখ্যা:
১/ Workshop মেনেজাৰ- ১টা
২/ ৰিচেপচনিস্ট- ১টা
৩/ Workshop চুপাৰভাইজৰ-২টা
৪/ একাউণ্ট এছিচটেণ্ট-১টা
৫/ স্পেয়াৰ পাৰ্ট মেনেজাৰ-১টা

Job Opportunity at Two Wheeler Showroom

অৰ্হতা:
১/ Workshop মেনেজাৰ- (ডিপ্লমা ITI) লগতে ৩বছৰৰ অভিজ্ঞতা।
২/ ৰিচেপচনিস্ট- স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ইংৰাজী, অসমীয়া আৰু হিন্দী ভাষাত দখল থাকিব লাগিব। আৰু কম্পিউটাৰ জ্ঞানৰ প্ৰয়োজন।
৩/ Workshop চুপাৰভাইজৰ-(ডিপ্লমা ITI) অট'মোবাইল খণ্ডত ১-২ বছৰৰ অভিজ্ঞতা।
৪/ একাউণ্ট এছিচটেণ্ট-স্নাতক ডিগ্ৰীধাৰী লগতে ২ বছৰৰ অভিজ্ঞতা।
৫/ স্পেয়াৰ পাৰ্ট মেনেজাৰ-স্নাতক ডিগ্ৰীধাৰী লগতে ৩ বছৰৰ অভিজ্ঞতা।
বি:দ্ৰ: উক্ত সকলো পদৰ বাবে কম্পিউটাৰ জ্ঞান বাধ্যতামূলক।

Job Opportunity at Two Wheeler Showroom

আগ্ৰহী প্ৰাৰ্থী য়ে ৭ দিনৰ ভিতৰত ই-মেইল যোগেদি আবেদন কৰিব পাৰে।
ই-মেইল হ'ল- autoshre73@gmail.com