অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2019

আজমল ফাউণ্ডেচনত বিভিন্ন পদ: Ajmal Foundation Recruitment 2019

Ajmal Foundation Recruitment 2019

Ajmal Foundation Recruitment 2019

হোজাইৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনত বিভিন্ন খালী পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন আৰু উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

Ajmal Foundation Recruitment 2019: Details of Vacancy

পদসমূহ হ'ল:
১/ অধ্যক্ষ
২/ উপাধ্যক্ষ
৩/ হোষ্টেল ছুপাৰিনটেনডেন্ট
৪/ অধ্যাপক (ৰাসায়ন বিজ্ঞান, গণিত, ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান।)
৫/বি পি অ' ট্ৰেইনাৰ।

Ajmal Foundation Recruitment 2019: Educational Qualification

শিক্ষাগত অৰ্হতা:
১/ অধ্যক্ষ:- স্নাতকোত্তৰ ডিগ্ৰীধাৰী (লগতে পি এইচ ডি/নেট/শ্লেট) আৰু ৫ বছৰৰ শিক্ষকতা কৰা অথবা প্ৰশাসনীয় অভিজ্ঞতা থাকিব লাগিব।

২/ উপাধ্যক্ষ (পদতি মহিলাৰ বাবে):- প্ৰাৰ্থী স্নাতকোত্তৰ ডিগ্ৰীধাৰী(পি এইচ ডি/নেট/শ্লেট থাকিলে ভাল) হব লাগিব আৰু ৩ বছৰৰ শিক্ষকতা অথবা প্ৰশাসনীয় অভিজ্ঞতা থাকিব লাগিব।

৩/ হোষ্টেল ছুপাৰিনটেনডেন্ট (মহিলাৰ বাবে):- স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু প্ৰাৰ্থীৰ বয়স ৩০ বছৰৰ ওপৰত হব লাগিব।

৪/ অধ্যাপক (ৰাসায়ন বিজ্ঞান, গণিত, ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান):- সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ উপৰিও ৩ বছৰৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

৫/ বি পি অ' ট্ৰেইনাৰ:- এম বি এ/ বি বি এ/পি জি ডিপ্লমাধাৰী হোৱাৰ উপৰিও অভিজ্ঞতা সম্পন্ন হ'লে অগ্ৰাধিকাৰ দিয়া হ'ব।

Ajmal Foundation Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক মাহিলি তলত উল্লেখ কৰা ধৰনে দৰমহা দিয়া হব।

১/ অধ্যক্ষ- ৫০,০০০ টকা
২/ উপাধ্যক্ষ- ৪৫,০০০ টকা
৩/ হোষ্টেল ছুপাৰিনটেনডেন্ট- ৩০,০০০ টকা
৪/ অধ্যাপক
৫/ বি পি অ' ট্ৰেইনাৰ

Ajmal Foundation Recruitment 2019: Application Process

আৱেদনৰ প্ৰক্ৰিয়া:
আগ্ৰহী প্ৰাৰ্থীয়ে ১০জুনত আজমল ফাউণ্ডেচনৰ হোজাইস্থিত কাৰ্য্যালয়ত সাক্ষাৎকাৰৰ বাবে অৱৰ্তীৰ্ণ হব পাৰে।
সবিশেষ তথ্য বাবে আৰু অধিক জানিবলৈ ৬৯০০০-১০১১৪ নম্বৰত যোগাযোগ কৰিব পাৰে।