অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2019

আই আই টি, গুৱাহাটীত টেকনিচিয়ানৰ পদ খালী: IIT, Guwahati Recruitment 2019

IIT, Guwahati Recruitment 2019

IIT, Guwahati Recruitment 2019

IIT, গুৱাহাটীত পদাৰ্থ বিজ্ঞান বিভাগত খালি হোৱা প্ৰযুক্তি সম্পৰ্কীয় পদৰ বাবে অৰ্হতা সম্পন্ন ভাৰতীয় প্ৰাৰ্থীৰ পৰা নিৰ্ধাৰিত আৱেদন পত্ৰৰ জৰিয়তে আৱেদন বিচৰা হৈছে।

IIT, Guwahati Recruitment 2019: Details

পদৰ নাম:
জুনিয়ৰ টেকনিচিয়ান।

পদৰ সংখ্যা:
জুনিয়ৰ টেকনিচিয়ান-০২ টা।

দৰমহা: ২০,০০০-/মাহিলী।

বয়সৰ সময়সীমা: ২৭ বছৰ (সৰ্বোচ্চ)।

প-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ: ২১-০৬-২০১৯।

সবিশেষ তথ্য বাবে www.iitg.ernet.in অথবা www.iitg.ac.in লগ ইন কৰক।