অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2019

অটল অমৃত অভিযান, অসমত চাকৰিৰ পদ: Atal Amrit Abhiyan Society, Assam Recruitment 2019

Atal Amrit Abhiyan Society, Assam Recruitment 2019

Atal Amrit Abhiyan Society, Assam Recruitment 2019

অটল অমৃত অভিযান ছ'চায়তি অসমৰ চৰকাৰৰ অধীনস্থ এটা সংস্থা। এই সংস্থাটোৱে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক সকলৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু অটল অমৃত অভিযান নামৰ দুখন হেল্থ বীমা আছনি আগবঢ়াই আহিছে।
উপৰোক্ত আছঁনি দুখন নিয়াৰিকৈ চলোৱাৰ বাবে অটল অমৃত অভিযান ছ'চায়তি অসমে তলত উল্লেখ কৰা পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Atal Amrit Abhiyan Society, Assam Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 03 টা
পদৰ নাম:
1. Admin Officer: 01
2. Claims Coordinator: 01
3. Senior Finance Adviser: 01

Atal Amrit Abhiyan Society, Assam Recruitment 2019: Educational Qualification

1. Admin Officer: কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু লগতে আৰু কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।
2. Claims Coordinator: কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ B.Com. ডিগ্ৰী  লাভ কৰা হব লাগিব
3. Senior Finance Adviser: অসম ফাইনেনছ ছাৰ্ভিছৰ অৱসৰপ্ৰাপ্ত বিষয়া হব লাগিব।

Atal Amrit Abhiyan Society, Assam Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে অহা 10 জুন সোমবাৰে সকলো নথিপত্ৰ সহ তলত দিয়া ঠিকনাত সাক্ষাৎকাৰত অৱতীৰ্ণ হব পাৰে।

"অটল অমৃত অভিযান ছ'চায়তি
3rd Floor, নয়নতৰা চুপাৰ মাৰ্কেট বিল্ডিঙ,
6 মাইল, খানাপাৰা, গুৱাহাটী-22"


Atal Amrit Abhiyan Society, Assam Recruitment 2019: 

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

ৱেবচাইটৰ লিংক: ইয়াত ক্লিক কৰক