অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jun 2019

অসম চিল্ক মিছনত চাকৰি: Assam Silk Outreach Mission Society Recruitment 2019

Assam Silk Outreach Mission Society Recruitment 2019

Assam Silk Outreach Mission Society Recruitment 2019:

Assam Silk Outreach Mission Society, Directorate of Sericulture Campus, খানাপাৰা, গুৱাহাটী-22 ত খালি হোৱা বিভিন্ন পদৰ বাবে  সাক্ষাৎকাৰ অনুষ্ঠিত হব। নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Assam Silk Outreach Mission Society Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: কনিষ্ঠ অভিযন্তা

Assam Silk Outreach Mission Society Recruitment 2019: Educational Qualification

যোগ্যতা:
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কনিষ্ঠ অভিযন্তা-চিভিল ইঞ্জিনীয়াৰিং ৰ 3 বছৰীয়া ডিপ্লমাধাৰী হোৱাৰ লগতে 3 বছৰৰ অভিজ্ঞতা লাগিব। আৰু Auto CADD চিভিল ইঞ্জিনীয়াৰিং ড্ৰয়িং ত থাকিলে ভাল। কম্পিউটাৰ জ্ঞান বাঞ্ছনীয়।

দৰমহা- প্ৰতিমাহে 25,000 টকা

Assam Silk Outreach Mission Society Recruitment 2019: Age Limit

বয়সৰ সময়সীমা: প্ৰাৰ্থী ৰ বয়স ৪৫ বছৰৰ অধিক হব নোৱাৰিব।(২০১৮ বৰ্ষৰ মতে)।


Assam Silk Outreach Mission Society Recruitment 2019: How to Apply

আগ্ৰহী প্ৰাৰ্থী য়ে অহা ২৭ জুন ২০১৯ তাৰিখে দিনৰ ১০:৩০ বজাত উক্ত স্থান ত সাক্ষাৎকাৰ ৰ বাবে শৈক্ষিক নথি পত্ৰ সহ উপস্থিত হব লাগিব।

Assam Silk Outreach Mission Society Recruitment 2019: Vanue

প্ৰেক্ষাগৃহ, Office of the  Mission Directorate,
Assam Silk Outreach Mission Society,
Directorate of Sericulture Campus,
খানাপাৰা, গুৱাহাটী-22
---------------------------------------------
এই বাতৰিটো ইংৰাজীত পঢ়িবলৈ: ইয়াত ক্লিক কৰক