অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Jun 2019

অসম পুলিচ বোৰ্ডাৰ অৰগেনাইজেছন ত চাকৰি: Assam Police Border Organization Recruitment 2019

Assam Police Border Organization Recruitment 2019


আৱেদন ৰ অন্তিম তাৰিখ: 27 জুন,2019


Assam Police Border Organization Recruitment 2019:

Assam Police Border Organization  ত ঠিকাভিক্তিক (3 বছৰীয়া) পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আৱেদন বিচৰা হৈছে।

Assam Police Border Organization Recruitment 2019

পদসমূহ:
পদৰ সংখ্যা: 04  টা
  1. প্ৰজেক্ট মেনেজাৰ- 01 টা
  2. অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ- একাউণ্টচ-01 টা
  3. অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ-Domain expert -01 টা
  4. প্ৰজেক্ট এচিছটেণ্ট-01 টা

Assam Police Border Organization Recruitment 2019

যোগ্যতা:
  1. প্ৰজেক্ট মেনেজাৰ:- BE and MBA+7 বছৰৰ অভিজ্ঞতা।
  2. অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ:- একাউণ্টচ CA +3 বছৰৰ অভিজ্ঞতা।
  3. অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ, Domain expert:- BE/B.Tech (IT বিষয়ত ) অথবা MCA + 3 বছৰৰ অভিজ্ঞতা।
  4. প্ৰজেক্ট এচিছটেণ্ট: - যিকোনো বিভাগৰ ত ডিগ্ৰীধাৰী হোৱা ৰ লগতে কম্পিউটাৰ ৰ 6 মাহৰ ডিপ্লমাধাৰী ও জ্ঞান বাঞ্ছনীয়।

Assam Police Border Organization Recruitment 2019

দৰমহা- প্ৰতিমাহে
  1.  প্ৰজেক্ট মেনেজাৰ: 100,000 টকা।
  2.  অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ- একাউণ্টচ: 90,000 টকা।
  3. অতিৰিক্ত প্ৰজেক্ট মেনেজাৰ-Domain expert: 65,000 টকা।
  4. প্ৰজেক্ট এচিছটেণ্ট: 40,000 টকা।

Assam Police Border Organization Recruitment 2019

আৱেদন ৰ প্ৰক্ৰিয়া:
ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলেকেৱল অনলাইন প্ৰক্ৰিয়াৰে আৱেদন কৰিব লাগিব।আৱেদনকাৰীয়ে তেওলোকৰ বায়ডাটা eftmission@assampolice.assam.gov.in ত মেইল কৰিব পাৰে।