অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jun 2019

কটন বিশ্ববিদ্যালয়ত 109 পদত চাকৰি: Cotton University Recruitment 2019, Last Date Extended

Cotton University Recruitment 2019

Cotton University Recruitment 2019

কটন বিশ্ববিদ্যালয়ত খালী হোৱা নিম্ন উল্লেখিত স্থায়ী পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।



Cotton University Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  109 টা
পদৰ নাম:

1. Professor: 21

2. Associate Professor: 20

3. Assistant Professor: 68

Subject অনুসৰি পদৰ সংখ্যা জানিবলৈ: ইয়াত ক্লিক কৰক

Cotton University Recruitment 2019: Educational Qualification

পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ অৰ্হতা UGC ৰ সেহতীয়া নিয়ম (UGC Regulations, 2018) অনুসৰি হব লাগিব।

Cotton University Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতি মাহে তলত উল্লেখ কৰা অনুসৰি দৰমহা লাভ কৰিব।।

1. Professor (Academic Level-14): Rs.1,44,200/- to Rs.2,18,200/

2. Associate Professor (Academic Level-13A): Rs. 1,31,400/- to Rs.2,17,100/

3. Assistant Professor (Academic Level-10): Rs. 57,700/- to Rs.1,82,400/



Cotton University Recruitment 2019: Application Fees

i) 2000 টকা General/OBC/MOBC প্ৰাৰ্থীৰ বাবে

ii) Rs. 1000 টকা SC/ST(P)/ST(H)/PWD/EWS প্ৰাৰ্থীৰ বাবে

iii) US $ 100 ভাৰতৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে।

Cotton University Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে নিদিষ্ট ফৰ্মত, সম্পূৰ্ণ নথিসহ আবেদন কৰিব লাগিব। আবেদনৰ Soft আৰু Hard কপি দুয়োটাই পথাব লাগিব।

1. Soft কপি ইমেইল যোগেদি পঠাব লাগিব।
ইমেইল: recruit2019@cottonuniversity.ac.in


2. Hard কপি তলত দিয়া ঠিকনাত পঠাব লাগিব।
To, The Registrar,
Cotton University,
Panbazar, Guwahati-781001,
Assam, India

Cotton University Recruitment 2019: Important Dates

1. Soft কপি পঠোৱা অন্তিম তাৰিখ: 20/07/2019 31/07/2010

2. Hard কপি পঠোৱা অন্তিম তাৰিখ: 29/07/2019 09/08/2019

-------------------------
এই বাতৰিটো ইংৰাজীত পঢ়িবলৈ: ইয়াত ক্লিক কৰক