অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jun 2019

Assam Police Online link of Application: Apply Now [2000 Post]

ONLINE APPLICATION LINK FOR ASSAM POLICE RECRUITMENT 2019

আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰক


পদৰ সংখ্যা: 2000 টা
অৰ্হতা: VIII/HS/GRADUATE

সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক





Important Points for Applicant


1. আবেদন কৰাৰ সময়ত এটা একটিভ মোবাইল নম্বৰ লাগিব। কাৰণ OTP ৰে মোবাইল নম্বৰ ভেৰিফিকেচন কৰিব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।
3. ফটো JPG format ত 20-100 kb হব লাগিব।
4. সকলো নথিপত্ৰৰ JPG format ৰ 100-450 kb ভিতৰত আপলোড দিব লাগিব।
5. আবেদনৰ যিকোনো সহায়ৰ বাবে WhatsApp ত মেছেজ কৰিব, WhatsApp: 7636071991