অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jun 2019

B.Sc. নাৰ্চিং আৰু D.Pharm ত Admission বাবে Notification: Notification for Admission into B.Sc. Nursing and D.Pharm under DME, Assam for the Session 2019

Notification for Admission into B.Sc. Nursing and D.Pharm under DME, Assam for the Session 2019

Notification for Admission into B.Sc. Nursing and D.Pharm under DME, Assam for the Session 2019

2019 বৰ্ষৰ বাবে অসম মেডিকেল কাউন্সিলৰ অন্তৰ্ভুক্ত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত 1st Year B.Sc. নাৰ্চিং আৰু D.Pharm ত Admission বাবে অহা 21 জুলাই, 2019 তাৰিখত Common Entrance Examination অনুষ্ঠিত হব। ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে অহা  24 জুন তাৰিখৰ পৰা অনলাইন যোগেদি আবেদন কৰিব লাগিব।

Details

Name of the Course: B.Sc. নাৰ্চিং আৰু D.Pharm
Qualification: HS Science passed with Biology

Important Date

Online Application starts: 24/06/2019
Online Application Ends: 09/07/2019

Application Fees:

1200 টকা অনলাইনত SBI E-Payment ৰ জৰিয়তে দিব লাগিব।

Date of Entrance Test: 21/07/2019

Exam Center:

Guwahati, Silchar, Dibrugarh, Barpeta, Tezpur and Jorhat

Admit Card Available from: 16/07/2019


How to Apply:

অহা 24 জুন তাৰিখৰ পৰা তলত দিয়া লিংকত গৈ অনলাইন আবেদন কৰিব পাৰিব।

আৰু অধিক জানিবলৈ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ সহায় লব পাৰে।

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

বিশ্ববিদ্যালয়ৰ ৱেবচাইট: ইয়াত ক্লিক কৰক