অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

14 Jun 2019

অসম পুলিচত 2000 পদত চাকৰি: Assam Police Recruitment 2019

Assam Police Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 30/06/2019

Assam Police Recruitment 2019

অসম চৰকাৰৰ অধীনস্থ বিদেশী ন্যায়াধীকৰত মিনিষ্টেৰিয়েল ষ্টাফৰ 2000 বিভিন্ন পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে। আবেদন অসম পুলিচৰ ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব লাগিব।



Assam Assam Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 2000 টা
পদৰ নাম: বিভিন্ন বৰ্গৰ পদ সমূহ এনেধৰনৰ...

1. ইউ ডি এ (UDA) কাম একাউণ্টেন্ড: 200 টা
2. ষ্টেন'গ্ৰাফাৰ (Grade-III): 200 টা
3. এল ডি এ (LDA): 200 টা
4. বেন্স এচিছটেন্ট: 200 টা
5. টাইপিষ্ট: 200 টা
6. ডাটা এন্ট্ৰি অপাৰেটৰ: 400 টা
7. কপিষ্ট: 200 টা
8. অফিচ পিয়ন: 200 টা
9. চকীদাৰ: 200 টা



Assam Police Recruitment 2019: Educational Qualification

1. ইউ ডি এ (UDA) কাম একাউণ্টেন্ড: পদকেইটাৰ বাবে প্ৰাৰ্থী বানিজ্য শাখাত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত ছমাহৰ অভিজ্ঞতা থাকিব লাগিব।

2. ষ্টেন'গ্ৰাফাৰ (Grade-III): পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে কোনো স্বীকৃতি প্ৰাপ্ত আই টি আইৰ পৰা ষ্টেনগ্ৰাফীৰ ডিপ্লোমা বা প্ৰমাণপত্ৰ থাকিব লাগিব।

3. এল ডি এ (LDA): পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব।

4. বেন্স এচিছটেন্ট: পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব।


5. টাইপিষ্ট: পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব।

6. ডাটা এন্ট্ৰি অপাৰেটৰ: পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব। লগতে কম্পিউটাৰ জ্ঞান থাকিব লাগিব।

7. কপিষ্ট: পদকেইটাৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।

8. অফিচ পিয়ন: পদকেইটাৰ বাবে প্ৰাৰ্থী অতিকমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰা হব লাগিব।

9. চকীদাৰ: পদকেইটাৰ বাবে প্ৰাৰ্থী অতিকমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰা হব লাগিব।

Note: মেট্ৰিক বা তাতকৈ বেছি পঢ়া সকলে অফিচ পিয়ন আৰু চকীদাৰ পদত আবেদন কৰিব নোৱাৰে।




Assam Police Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা ধৰনে ফিক্স দৰমহা লাভ কৰিব।

1. ইউ ডি এ (UDA) কাম একাউণ্টেন্ড: 35,000 টকা

2. ষ্টেন'গ্ৰাফাৰ (Grade-III): 35,000 টকা

3. এল ডি এ (LDA): 30,000 টকা

4. বেন্স এচিছটেন্ট: 30,000 টকা

5. টাইপিষ্ট: 30,000 টকা

6. ডাটা এন্ট্ৰি অপাৰেটৰ: 10,000 টকা

7. কপিষ্ট: 9,000 টকা

8. অফিচ পিয়ন: 9,000 টকা

9. চকীদাৰ: 9,000 টকা




Assam Police Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC/MOBC ৰ বাবে 3 বছৰ আৰু SC/ST/PH ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

Assam Police Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

Assam Police Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটৰ (আবেদন লিংক তলত দিয়া হৈছে) যোগেদি 15/06/2019 ৰ পৰা 30/06/2019 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব।



Assam Police Recruitment 2019: Important Dates

1. আবেদন আৰম্ভ হব: 15/06/2019

2. আবেদনৰ অন্তিম তাৰিখ: 30/06/2019

Assam Police Recruitment 2019: Mode of Engagement

নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰথমতে দুবছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা হব। পিছত দক্ষতাৰ ওপৰত ভিত্তি কৰি চাকৰিৰ সময় বৃদ্ধি কৰা হব।

অনলাইন আবেদন লিংক-1: ইয়াত ক্লিক কৰক

অনলাইন আবেদন লিংক-2: ইয়াত ক্লিক কৰক


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক