অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jun 2019

গুৱাহাটীত প্ৰাইভেট চাকৰি [একাউনটেণ্টৰ পদ]: Private Job in Guwahati

 Private Job

Private Job in Guwahati

গুৱাহাটীৰ এক আগশাৰীৰ কণ্সট্ৰাকচন ফাৰ্ম ৰ বাবে খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ নাম:
১/ একাউনটেণ্ট

শিক্ষাগত অৰ্হতা:

১/ একাউনটেণ্ট- প্ৰাৰ্থী cost accounting ত ৫ বছৰৰ অভিজ্ঞতাৰ লগতে GST, Tally ERP-9, MS-excell, MS-word ত দখল থাকিব লাগিব।

প্ৰাৰ্থী য়ে বায়'ডাটা pg.contruction444@gmail.com ত মেইল কৰিব পাৰে।

আৱশ্যকীয় তথ্য ৰ বাবে ৯৯৫৪৬০৯৬৬৩ নম্বৰ ত ফোন কৰিব পাৰে।