অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jun 2019

আৰ্য্ হস্পিতাল গুৱাহাটীত চাকৰি: Arya Hospital, Guwahati Recruitment 2019

Arya Hospital, Guwahati Recruitment 2019

গুৱাহাটীৰ ৰিহাবাৰীস্থীত আৰ্য্ হস্পিতাল ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Arya Hospital, Guwahati Recruitment 2019

Arya Hospital, Guwahati Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  ০২ টা
পদৰ নাম:
১/ মেডিকেল ৰেকৰ্ড অফিচাৰ।
২/ ফাৰ্মাচী ছেল ব'য়।

Arya Hospital, Guwahati Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে ২৭ জুনৰ তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ বায়'ডাটা তলত উল্লেখ কৰা ঠিকনাত প্ৰেৰণ কৰিব লাগিব।
বায়'ডাটা প্ৰেৰনৰ ঠিকনা:
To the Manager ( Administration)
Arya Hospital,
A H road Rehabari,
Guwahati: 781008

আৱশ্যকীয় শিক্ষাগত অৰ্হতা, বয়স ৰ সবিশেষ তথ্য বাবে ০৩৬১-২৬০৬৬৬৫ নম্বৰত ফোন কৰিব পাৰে।