অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jun 2019

KV, তেজপুৰ বিশ্ববিদ্যালয়ত চাকৰি: KV, Tezpur University Recruitment 2019

KV, Tezpur University Recruitment 2019

KV, Tezpur University Recruitment 2019

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌদহত থকা কেন্দ্ৰীয় বিদ্যালয় (KV) ত তলত উল্লেখ কৰা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাবে সাক্ষাৎকাৰ ৰ ব্যৱস্থা কৰা হৈছে।

KV, Tezpur University Recruitment 2019: Posts

পদসমূহ:

১/ পি জি টি (স্নাতকোত্তৰ শিক্ষক) ৰাজনীতি বিজ্ঞান

২/ পি জি টি (স্নাতকোত্তৰ শিক্ষক) কম্পিউটাৰ ছাইন্স

৩/ টি জি টি গণিত (স্নাতক শিক্ষক)

৪/ টি জি টি জীৱ বিজ্ঞান (স্নাতক শিক্ষক)।

৫/ কম্পিউটাৰ প্ৰশিক্ষক।

KV, Tezpur University Recruitment 2019: How to Apply

আৱেদনৰ প্ৰক্ৰিয়া: আগ্ৰহী প্ৰাৰ্থীয়ে সবিশেষ তথ্য ৰ বাবে www.kvcutezpur.org ত লগ ইন কৰিব পাৰে। শৈক্ষিক নথি পত্ৰ সমূহৰ জেৰক্স কপি প্ৰাৰ্থীয়ে নিব লাগিব। প্ৰাৰ্থী য়ে লিখিত পৰীক্ষা আৰু পাঠদান ৰ কৌশল দেখুৱাৰ বাবে  সাজু হৈ আহিব লাগিব।

আৱেদনৰ তাৰিখ:
২৭/০৬/২০১৯ তাৰিখে পুৱা ৮:৩০ বজাত KV, (কেন্দ্ৰীয় বিদ্যালয়) তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় সাক্ষাৎকাৰ বাবে প্ৰাৰ্থী উপস্থিত হব লাগিব। শৈক্ষিক নথি পত্ৰ সমূহৰ জেৰক্স কপি প্ৰাৰ্থীয়ে নিব লাগিব। প্ৰাৰ্থী য়ে লিখিত পৰীক্ষা আৰু পাঠদান ৰ কৌশল দেখুৱাৰ বাবে  সাজু হৈ আহিব লাগিব।