অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jun 2019

আই ডি বি আই বেংকত 600 টা পদ চাকৰি: IDBI Bank Recruitment 2019

IDBI Bank Recruitment 2019

IDBI Bank Recruitment 2019

আই ডি বি আই বেংকত 600 টা পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

IDBI Bank Recruitment 2019: Details of Posts

পদৰ নাম: Assistant Manager
মুঠ পদৰ সংখ্যা: 545 টা
ইয়াৰে, UR-273, OBC-162, SC-90, ST- 45

IDBI Bank Recruitment 2019: Age

21 ৰ পৰা 28 বছৰৰ ভিতৰত হব লাগিব।

IDBI Bank Recruitment 2019: Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত গ্ৰেজুৱেত হব লাগিব।


IDBI Bank Recruitment 2019: Salary

দৰমহা প্ৰতিমাহে 23,700 ৰ পৰা 42,020 টকা, লগতে অন্যান্য বানছ সমূহ।

IDBI Bank Recruitment 2019: Application Fees

i. General/OBC: 700 টকা
ii. ST/SC/PH: 150 টকা

IDBI Bank Recruitment 2019: How to Apply

ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগেদি আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । তাত গৈ আবেদন কৰিব পাৰে।

IDBI Bank Recruitment 2019: Important Dates

অনলাইন আবেদন সমাপ্ত হব- 03.07.2019

IDBI Bank Recruitment 2019: Important Links

1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

2. সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক