অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jun 2019

অসম গ্ৰামীণ আন্তঃগাঠনি আৰু কৃষিজাত সেৱা সমাজত চাকৰি: ARIAS Society Recruitment 2019

ARIAS Society Recruitment 2019

Assam Rural Infrastructure and Agricultural Service Society Recruitment 2019

অসম গ্ৰামীণ আন্তঃগাঠনি আৰু কৃষিজাত সেৱা সমাজত বিশ্ব বেংকৰ দ্বাৰা আৰ্থিক সাহাৰ্য্য প্ৰাপ্ত APART Project ৰ অধীনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ বাবে আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

ARIAS Society Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   21 টা
পদৰ নাম: District Horticulture Coordinator (DHC)

ARIAS Society Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান অথবা উদ্যানবিদ্যা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
2. সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ কৰ্ম অভিজ্ঞতা লাগিব।
3. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

ARIAS Society Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক বছৰি 4.8 লাখৰ পৰা 6 লাখ টকা দৰমহা দিয়া হব।

ARIAS Society Recruitment 2019: Age Limit

 আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 45 বছৰৰ ভিতৰত হব লাগিব।

ARIAS Society Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

ARIAS Society Recruitment 2019: How to Apply

পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা ঠিকনা আৰু সময়ত সাক্ষাৎকাৰত অৱতীৰ্ণ হব পাৰে।

তাৰিখ: 29/06/2019
সময়: 10.30 am ৰ পৰা 12.30 pm.
ঠিকনা: এৰিয়াছ চছায়টি,
Agricultural Complex,
Khana para, G S Road,
Guwahati: 22