Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

22 Jun 2019

গোলাঘাট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যলয়ত চাকৰি: District Social Welfare Office, Golaghat Recruitment 2019

District Social Welfare Office, Golaghat Recruitment 2019


আৱেদনৰ অন্তিম তাৰিখ: ৪ জুলাই ২০১৯

District Social Welfare Office, Golaghat Recruitment 2019

গোলাঘাট জিলাত "One Stop Centre" ত তলত উল্লেখ কৰা পদসমূহত ঠিকাভিত্তিক নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত শিক্ষাগত অৰ্হতাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি জিলা উপায়ুক্ত ই বিজ্ঞাপন প্ৰকাশ কৰিছে।

District Social Welfare Office, Golaghat Recruitment 2019: Details

পদসমূহ এনেধৰণৰ
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ
২/কেচ উৱৰ্কাৰ
৩/কাউনচেলৰ
৪/আই টি স্টাফ
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ
৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড

District Social Welfare Office, Golaghat Recruitment 2019: No. of Posts

পদৰ সংখ্যা: 12 টা।
ইয়াৰে
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ১টা
২/কেচ উৱৰ্কাৰ- ৩টা
৩/কাউনচেলৰ- ১টা
৪/আই টি স্টাফ- ৩টা
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- ২টা
৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড- ২টা

District Social Welfare Office, Golaghat Recruitment 2019: Educational Qualification

যোগ্যতা:
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব।লগতে ১বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

২/কেচ উৱৰ্কাৰ-মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব। লগতে ৩ বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৩/কাউনচেলৰ-মহিলা প্ৰাৰ্থীয়ে চছিয়েল উৱৰ্ক নতুবা ক্লিনিকেল চাইক'লোজিত স্হাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৪/আই টি স্টাফ- কম্পিউটাৰ/আই টি ডিগ্ৰী নতুবা ডিপ্লমাধাৰী হোৱাৰ লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে সহায়ক আদি পদত ৩বছৰৰ অভিজ্ঞতা।

৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে  ২বছৰৰ অভিজ্ঞতা।

District Social Welfare Office, Golaghat Recruitment 2019: Salary

দৰমহা:
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ২৬০০০/মাহিলী
২/কেচ উৱৰ্কাৰ- ১৪০০০/মাহিলী
৩/কাউনচেলৰ- ১৪০০০/মাহিলী
৪/আই টি স্টাফ- ১২০০০/মাহিলী
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- ১০০০০/মাহিলী
৬/ছিকিউৰিটী গাৰ্ড- ৯০০০/মাহিলী


District Social Welfare Office, Golaghat Recruitment 2019: Age Limit

বয়সৰ সময়সীমা:
উক্ত সকলো পদৰ বাবে প্ৰাৰ্থী ৰ বয়স ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত হব লাগিব।

District Social Welfare Office, Golaghat Recruitment 2019: How to Apply

 ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত ৪ জুলাই ২০১৯ তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব
আৱেদনৰ ঠিকনা:
Office of the District Social Welfare Officer,
Golaghat, Assam
'