অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jun 2019

বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্প চছায়টিত চাকৰি: APFBC Society Recruitment 2019

 APFBC Society Recruitment 2019


APFBC Society Recruitment 2019

APFBC Society ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা online আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

APFBC Society Recruitment 2019: Details

পদৰ নাম
পদৰ সংখ্যা  
বয়স
দৰমহা
অৰ্হতা
Accountant
01 টা
35 বছৰ
25,000 টকা
B.Com
5 বছৰ Experience
PA to PD
01 টা
21 বছৰ – 43 বছৰ
30,000 টকা
Graduate
Computer Diploma

APFBC Society Recruitment 2019


Computer Data Operator
10 টা
21 বছৰ – 43 বছৰ
20,000 টকা
Graduate. Computer Diploma, 2 বছৰ Experience
Support Staff
05 টা
21 বছৰ – 43 বছৰ
14,000 টকা
Class VIII Pass
Driver
08 টা
21 বছৰ – 43 বছৰ
15,000 টকা
Cass ix Pass

APFBC Society Recruitment 2019: How to Apply

পদসমূহৰ বাবে Email যোগেদি আবেদন কৰিব লাগিব। অহা 22/06/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব I
Email ID: pd.pmu.apfbc@nic.in

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক