অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jun 2019

Northern ৰেলৱেত চাকৰি: Northern Railway Recruitment 2019

thejobinassam.in

Last Date:  26 Jun 2019 

Northern Railway Recruitment 2019

Northern Railway ৰ অধীনত খালী হোৱা বিভিন্ন category ৰ পদত নিযুক্তিৰ বাবে উপযুক্ত আৰু অৰ্হতা থকা quality পাৰ্থী বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।
মুঠ পদৰ সংখ্যা: 794 টা
অৰ্হতা: B.Sc, ITI, GNM, Engg. Diploma, Any Graduate, 10th, 12th

Northern Railway Recruitment 2019

Category Wise পদসমূহৰ Vacancy এনে ধৰণৰ:

1. Station Master
পদৰ সংখ্যা:143
বয়স: 45 বছৰ
Educational Qualification :
কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব I

Northern Railway Recruitment 2019

2. Goods Guard
পদৰ সংখ্যা: 179
বয়স: 45 বছৰ
Educational Qualification :
কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবI

Northern Railway Recruitment 2019

3. Sr. Comml. Cum Ticket Clerk
পদৰ সংখ্যা: 02
বয়স: 45 বছৰ
Educational Qualification :
কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবI

Northern Railway Recruitment 2019

4. ALP
পদৰ সংখ্যা: 194
বয়স: 45 বছৰ
Educational Qualification :
কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা Matriculation / SSLC plus ITI উত্তীৰ্ণ কৰা হব লাগিবI

Northern Railway Recruitment 2019

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক