অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jun 2019

যোৰহাট ইঞ্জিনীয়াৰিং কলেজ Recruitment 2019 [ Software developer,সহকাৰী গৱেষক ]

Jorhat Engineering College Recruitment 2019:

যোৰহাট ইঞ্জিনীয়াৰিং কলেজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগত টাই আহোম ভাষা প্ৰযুক্তি উন্নয়নৰ এক গৱেষণাৰ বাবে খালী হোৱা নিম্ন উল্লেখিত  অস্হায়ী পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Jorhat Engineering College Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  ২ টা
পদৰ নাম:
১/ Software developer

২/ সহকাৰী গৱেষক (Research Assistant)

Jorhat Engineering College Recruitment 2019: Educational Qualification

১/ Software developer: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MCA/M.Tech/ M.Sc. IT ডিগ্ৰী লাভ কৰা হব লাগিব।

২/ সহকাৰী গৱেষক (Research Assistant) : পদসমূহৰ বাবে প্ৰাৰ্থীয়ে কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্হাতক (বুৰঞ্জী) অথবা MIL  ডিগ্ৰী  লাভ কৰা হব লাগিব। লগতে টাই আহোম ভাষাৰ জ্ঞান থাকিলে ভাল।

Jorhat Engineering College Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ১৫,০০০টকা (১ম বছৰত) আৰু ১৭,০০০টকা (২য় বছৰত) হিচাপত দৰমহা দিয়া হব।

Jorhat Engineering College Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা এসপ্তাহৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব।

Link 1: Click Here

Link 2: Click Here

সবিশেষ তথ্য বাবে jecdstshri@gmail.com ত email কৰিব পাৰে।