অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jun 2019

ক'ল ইণ্ডিয়াত 5500 টা এপ্ৰেনটিচ পদত চাকৰি: Coal India Apprentice Recruitment 2019

Coal India Apprentice Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 23/07/2019

Coal India Apprentice Recruitment 2019

ক'ল ইণ্ডিয়াৰ অধীনস্থ ছাউথ ইষ্টাৰ্ন ক'ল ফিল্ড লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত এপ্ৰেনটিচ পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Coal India Apprentice Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  5500 টা
পদৰ নাম: এপ্ৰেনটিচ (Apprentice)

খালী হোৱা বিভিন্ন বিভাগ সমূহ হ'ল...
1. কম্পিউটাৰ অপাৰেটৰ: 1400  টা
2. ষ্টেন'গ্ৰাফাৰ: 100  টা
3. ছেক্ৰেটেৰিয়েল এচিছটেন্ট: 50  টা
4. Draughtsman: 40 টা
5.  ইলেকট্ৰিছিয়ান: 1600 টা
6. ফিটাৰ: 1500 টা
7. ৱেল্ডাৰ: 390 টা
8. টাৰ্নাৰ: 50 টা
9. মেচিনিষ্ট: 50 টা
10. ডিজেল মেকানিক: 120 টা
11. প্লাম্বাৰ: 50 টা
12. কাৰ্পেণটাৰ: 50 টা
13. মেকানিক: 100 টা

Coal India Apprentice Recruitment 2019: Educational Qualification

1. পদসমূহৰ বাবে প্ৰাৰ্থীয়ে কোনো স্বীকৃতি প্ৰাপ্ত আই টি আই প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট শাখাত প্ৰমাণপত্ৰধাৰী হব লাগিব

Coal India Apprentice Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 7655 টকা হিচাপত দৰমহা দিয়া হব।

Coal India Apprentice Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 23/07/2019 তাৰিখত 16 বছৰ হব লাগিব।

Coal India Apprentice Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

Coal India Apprentice Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব।আবেদন কৰিবলৈ প্ৰথমতে Registration কৰিব লাগিব। Registration কৰাৰ পিছত প্ৰাৰ্থীৰ Email ত Registration নম্বৰ আৰু পাছৱৰ্ড আহিব। তাৰ পিছত Apprentice পৰ্টেলত গৈ South Eastern Coalfield বাচনি কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 23/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Coal India Apprentice Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 27/05/2019
2. অনলাইন অন্তিম তাৰিখ: 23/07/2019


Coal India Apprentice Recruitment 2019: Important Link

Registration লিংক: ইয়াত ক্লিক কৰক
অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:ইয়াত ক্লিক কৰক