অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jun 2019

পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাকচত চাকৰি: Popular Industrial Food Products Recruitment 2019

Popular Industrial Food Products Recruitment 2019

Popular Industrial Food Products Recruitment 2019:

যোৰহাটৰ নআলিত থকা পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাকচত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Popular Industrial Food Products Recruitment 2019: Details of Posts

পদৰ নাম:
1. Sales Executive

Qualification
a. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰা হব লাগিব, আৰু
b. মাৰ্কেটিং ত 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
c. নিজৰ গাড়ী/বাইক থাকিব লাগিব।

Salary
a. নিৰ্বাচিত প্ৰাৰ্থী প্ৰথম 15 দিন কমিছনত কাম কৰিব লাগিব। কমিছনৰ অন্তত প্ৰতি মাহে 21,500 ৰ পৰা 35,500 টকা হিচাপত দৰমহা দিয়া হব।
b. তদুপৰি 200 টকা/দিন TA দিয়া হব।

Popular Industrial Food Products Recruitment 2019:

পদৰ নাম:
2. কাৰ্যালয় সহায়ক: 01 টা
3. ড্ৰাইভাৰ: 02 টা
4. সাধাৰণ বনুৱা: 20 টা

কাৰ্যালয় সহায়কৰ Accounts আৰু GST Returns ৰ জ্ঞান থাকিব লাগিব।

Salary: 7,000 টকাৰ পৰা 12,500 টকা

Popular Industrial Food Products Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 13 জুন, 2019 তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব।
2. আবেদনৰ লগত দুকপি পাছপৰ্ট ফটো, বায়ডাটা আৰু গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব।

আবেদনৰ ঠিকনা:
প্ৰতি,
মেনেজিঙ ডাইৰেক্টৰ
পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাকটচ
বঙাল পুখুৰী, ন-আলি
যোৰহাট-785001
ফোন নম্বৰ: 93651-86319