অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Jun 2019

টাটা এয়াৰলাইন কেবিন ক্ৰিউ নিযুক্তি প্ৰক্ৰিয়া 2019-20: Tata Airlines Recruitment 2019-20

Tata Airlines Recruitment 2019-20

Tata Airlines Recruitment 2019-20

2019-20 বৰ্ষৰ বাবে টাটা এয়াৰলাইন এয়াৰভিষ্টাৰাত কেবিন ক্ৰিউ পদত নিযুক্তি বাবে ইয়াৰ Official ৱেবছাইট www.airvistara.com ত Notification প্ৰকাশ কৰিছে।  ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে এয়াৰভিষ্টাৰাৰ ৱেবছাইটত গৈ আবেদন কৰিব পাৰে।


Tata Airlines Recruitment 2019-20: Details of Vacancy

ভিষ্টাৰা এয়াৰলাইনত তলত দিয়া বিভাগ সমূহৰ বাবে আবেদন বিছাৰিছে।
1. Fresher কেবিন ক্ৰিউ
2. Experienced কেবিন ক্ৰিউ
3. কেবিন ক্ৰিউ in-charge

Tata Airlines Recruitment 2019-20: Educational Qualification

1. কেবিন ক্ৰিউ পদৰ বাবে আবেদন কৰিবলৈ হলে প্ৰাৰ্থী 60% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক (10+2) উত্তীৰ্ণ হব লাগিব।
2. হিন্দী আৰু ইংৰাজী ভাষাত বুৎপত্তি থাকিব লাগিব।

Tata Airlines Recruitment 2019-20: Eligibility Criteria

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. প্ৰাৰ্থীৰ বৈধ পাছপৰ্ট, পান কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব।
3. উৎকৃষ্ট যোগাযোগ দক্ষমতা থাকিব লাগিব।
4. পুৰুষ প্ৰাৰ্থী বাবে 170 cm আৰু মহিলা প্ৰাৰ্থী বাবে 155 cm সৰ্বনিম্ন উচ্চতা থাকিব লাগিব।
5. শৰীৰত কোনো ধৰণৰ টেটু থাকিব নালাগিব।


Tata Airlines Recruitment 2019-20: Other Eligibility Criteria

1. Fresher কেবিন ক্ৰিউ:
এই পদৰ বাবে প্ৰাৰ্থীৰ বয়স 18 ৰ পৰা 32 বছৰৰ ভিতৰত হব লাগিব।

2. Experienced কেবিন ক্ৰিউ:
(ক) অতিকমেও 2 বছৰ ৰাষ্ট্ৰীয় বা আত্নৰাষ্ট্ৰীয় এয়াৰলাইনত ক্ৰিউ হিচাবে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
(খ) বৈধ SEP License থাকিব লাগিব।
(গ) নিম্নতম বয়স: 20 বছৰ

3. কেবিন ক্ৰিউ in-charge:
ক) অতিকমেও 4 বছৰ ৰাষ্ট্ৰীয় বা আত্নৰাষ্ট্ৰীয় এয়াৰলাইনত ক্ৰিউ হিচাবে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
(খ) বৈধ SEP License থাকিব লাগিব।
(গ) নিম্নতম বয়স: 24 বছৰ


Tata Airlines Recruitment 2019-20: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

প্ৰাৰ্থীয়ে অধিক জানিবলৈ বিভাগীয় ৱেবছাইটৰ সহায় লৱ পাৰে।

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক