অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Jun 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদত চাকৰি: Assam State Rural Livelihood Mission Recruitment 2019

Assam State Rural Livelihood Mission Recruitment 2019

Assam State Rural Livelihood Mission Recruitment 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ অধীনত খালী হোৱা তলত উল্লেখ কৰা পদ সমূহত ঠিকাভিত্তিক নিযুক্তিৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


Assam State Rural Livelihood Mission Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 197 টা

বিভিন্ন ক্ষেত্ৰৰ পদসমূহ হল-
1. State Project Manager (NFL): 01টা
2. Project Manager (HR): 01টা
3. Project Executive (FA): 01টা
4. Project Assistant (SI, SD): 01টা
5. Dist. Project Manager: 03টা
6. Dist. Functional Expert (SM, IB & CV): 02টা
7. Dist. Functional Expert (L & M): 08টা
8. Dist. Functional Expert (FI): 07টা
9. Dist. Functional Expert (Skill): 01টা
10. Dist. Account Manager: 02টা
11. Dist. MIS Manager: 15টা
12. Block Project Manager: 02টা
13. Block Coordinator: 141টা
14. Block Coordinator (MKSP): 05টা
15. Block Coordinator (SVEP APP): 03টা
16. MIS Account Cum Assistant: 04টা



Assam State Rural Livelihood Mission Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 8 জুন, 2019 তাৰিখত পুৱা 10 বজাত এই লিংক একটিভ হব। তেতিয়াৰ পৰা ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব।


Assam State Rural Livelihood Mission Recruitment 2019: Qualification

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

Assam State Rural Livelihood Mission Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 08/06/2019, 10.00 AM

2. অনলাইন আবেদন সমাপ্ত হব: 30/06/2019, 11.50 PM

Assam State Rural Livelihood Mission Recruitment 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

------------------------------------------------
Related Post:
ৰাষ্ট্ৰীয় গ্ৰামীণ অৰ্থনৈতিক পৰিৱৰ্তন প্ৰকল্পৰ অধীনত চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক