অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Jun 2019

নৰ্থ-ইষ্ট কেন্সাৰ হস্পিটেল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট গুৱাহাটীত বিভিন্ন পদ খালী: NECHRI Recruitment 2019

NECHRI Recruitment 2019

NECHRI Recruitment 2019

গুৱাহাটীৰ যোৰাবাটস্থিত নৰ্থ-ইষ্ট কেন্সাৰ হস্পিটেল এণ্ড ৰিছাৰ্চইনষ্টিটিউটত খালী হোৱা তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

NECHRI Recruitment 2019: Details of Vacancy

খালী হোৱা পদসমূহ হ'ল:
১/কোম্পানী ছেক্ৰেটেৰী
২/এইচ আৰ ডি মেনেজাৰ
৩/এইচ আৰ এগজিকিউটিভ
৪/ হাউছ কিপিং এগজিকিউটিভ
৫/ ৰিচেপচনিস্ট

NECHRI Recruitment 2019: Salary

প্ৰাৰ্থীৰ অভিজ্ঞতা আৰু দক্ষতাসহ আনুষংগিক দিশৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা ধাৰ্য্য কৰা হব।

NECHRI Recruitment 2019: How to Apply

আৱেদনৰ প্ৰক্ৰিয়া:
ই-মেইল যোগে আৱেদন বিচৰা হৈছে।
ই-মেইল হ'ল- nechrighy@gmail.com

NECHRI Recruitment 2019

প্ৰাৰ্থীয়ে অৰ্হতা সম্পৰ্কে সবিশেষ জানিবলৈ ৯৮৬৪২-০৫০৫৬ আৰু ৯৮৬৪০-৭০৪১১ নম্বৰত ফোন কৰিব পাৰে।