অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 May 2019

পূৰবী ডেয়ৰী গুৱাহাটীত বিভিন্ন পদৰ চাকৰি: Various Job Opportunity at Purabi Dairy (WAMUL), Guwahati

Various Job Opportunity at Purabi Dairy

Purabi Dairy (WAMUL) Guwahati Recruitment 2019

পূৰবী হৈছে The West Assam Milk Product's Co-operative Union Limited চমুকৈ WAMUL ৰ দ্বাৰা প্ৰস্তুত কৰা গাখীৰ আৰু বিভিন্ন গাখীৰৰ পৰা উৎপাদন কৰা বস্তুৰ ব্ৰেন্ড নাম। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত WAMUL হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সৰ্ববৃহৎ আৰু কাৰ্যকৰী ইউনিট। "পূৰবী" বৰ্তমান সময়ত অসম তথা উত্তৰ পূৱ ভাৰতৰ সকলোৰে চিনাকি তথা জনপ্ৰিয় ব্ৰেন্ড হবলৈ সক্ষম হৈছে।


Purabi Dairy (WAMUL) Guwahati Recruitment 2019: Details of Vacancy

উত্তৰ পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী কোম্পানী WAMUL ত খালী হোৱা বিভিন্ন পদ পূৰণ কৰিবলৈ উপযুক্ত তথা অৰ্হতা সম্পন্ন পাৰ্থী বিচৰা হৈছে।
খালী হোৱা পদসমূহ এনেধৰনৰ
1. Manager (Quality Assurance):- 01 টা
2. Executive (Dairy Production):- 02
3. Sr. Executive *Dairy Mantainanc):- 01
4. Assistant (Accounts):- 01
5. Assistant (Marketing):- 08


Purabi Dairy (WAMUL) Guwahati Recruitment 2019: Essential Qualification

পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ হল...
1. Manager (Quality Assurance): কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰথম শ্ৰেণীৰ বি.টেক.(Dairy) বা বি.এছ.চি (Dairy Technology)/ এম.টেক.(Dairy) বা এম.এছ.চি (Dairy Technology/ Dairy কেমেষ্ট্ৰি/ Dairy মাইক্ৰ'বায়লজি) ডিগ্ৰী লাভ কৰা হব লাগিব।
লগতে অতি কমেও 10 বছৰৰ work experience থাকিব লাগিব।

2. Executive (Dairy Production): বি.টেক. (Dairy Technology). 1-2 বছৰৰ work experience থাকিলে অগ্ৰাধিকাৰ দিয়া হব।

3. Sr. Executive *Dairy Mantainanc): মেকানিকেল বা ইলেকট্ৰিকেল ইনজিনিয়াৰিঙ ডিগ্ৰী। লগতে অতি কমেও 5 বছৰৰ work experience থাকিব লাগিব।

4. Assistant (Accounts): স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি.কম. ডিগ্ৰী। লগতে অতি কমেও 3-4 বছৰৰ work experience থাকিব লাগিব।

5. Assistant (Marketing): স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেত ডিগ্ৰী। লগতে 1-2 বছৰৰ work experience থাকিলে অগ্ৰাধিকাৰ পাব।

Purabi Dairy (WAMUL) Guwahati Recruitment 2019: Mode of Engagement

পদসমূহৰ বাবে প্ৰথমতে 2 বছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি দিয়া হব। নিযুক্তি পোৱা পাৰ্থী সকলক কোম্পানীৰ নিয়ম অনুসৰি দৰমহা প্ৰদান কৰা হব।

Purabi Dairy (WAMUL) Guwahati Recruitment 2019: How to Apply

ইচ্ছুক অৰ্হতা সম্পন্ন পাৰ্থীয়ে নিদিষ্ট ফৰমেটৰ আবেদন পপত্ৰ Executive HR, WAMUL ওচৰত 17/06/2019 তাৰিখৰ ভিতৰত জমা দিব লাগিব।

Note: অধিক জানিবলৈ WAMUL ৰ ৱেবচাইটত লগ ইন কৰিব পাৰে।

আবেদন পপত্ৰ: ইয়াত ক্লিক কৰক
ৱেবচাইট: ইয়াত ক্লিক কৰক