অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 May 2019

অসম চৰকাৰৰ অধীনত Taluk Legal Services Committee ত চাকৰিৰ পদ : Vacancy arises at the Establishment of Taluk Legal Services Committee, Bajali

Vacancy arises at the Establishment of Taluk Legal Services Committee, Bajali


Government of Assam Recruitment 2019

অসম চৰকাৰৰ অধীনস্থ Establishment of Taluk Legal Services Committee, Bajali (Pathsala) ত খালী হোৱা তলত উল্লেখ কৰা পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অসমৰ পাৰ্থীৰ পৰা Standard Form of Application ত আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Government of Assam Recruitment 2019: Details of Posts

পদৰ নাম: Accounts Assistant
পদৰ সংখ্যা: 01 টা
পদটো অসংৰক্ষিত।

Government of Assam Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, আৰু
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। Basic Computer Application like MS-Office, Tally, Internet আদিত বুৎপত্তি থকা পাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।
3. তদুপৰি আগতে কাম কৰাৰ অভিজ্ঞতা থকা পাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হব।

Government of Assam Recruitment 2019: Salary

নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে 20,000 টকা দৰমহা দিয়া হব।

Government of Assam Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

Government of Assam Recruitment 2019: Mode of Appointment

পদটোৰ বাবে প্ৰথমতে এবছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা হব। পিছত প্ৰয়োজন অনুসৰি আৰু State Legal Authority ৰ অনুমোদন সাপেক্ষে এই সময় বঢ়াব পাৰে।

Government of Assam Recruitment 2019: Application Process

ইচ্ছুক পাৰ্থী সকলে 12/06/2019 তাৰিখ বা তাৰ আগতে নিম্নলিখিত ঠিকনাত সম্পূৰ্ণ নথি সহ আবেদন কৰিব পাৰে।
"To,
The Chairman
Taluk Legal Services Committee, Bajali at Pathsala
Dist-Barpeta, Assam
PIN-781325"

Government of Assam Recruitment 2019: Important Points for Applicants

1. পাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কেৱল উপযুক্ত অৰ্হতা থকা পাৰ্থীকহে সাক্ষাৎকাৰ ৰ বাবে অহ্বান কৰা হব।
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব।
5. সকলো নথিপত্ৰৰ নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 9x4 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক মৌখিক পৰীক্ষাৰ দ্বাৰা বাচনি কৰা হব।
8. মৌখিক পৰীক্ষাৰ তাৰিখ পিছত ঘোষণা কৰা হব