অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 May 2019

B N College ধুবুৰীত শিক্ষক, অনাশিক্ষকৰ পদ : Teaching and Non-Teaching staff required in B N College, Dhubri

B N College Dhubri Recruitment 2019

B N College Dhubri Recruitment 2019

ধুবুৰী জিলাৰ বি এন মহাবিদ্যালয়ত বৃত্তিমূলক শাখাৰ B.Voc. পাঠ্যক্ৰমত পাঠদানৰ বাবে তলত উল্লেখ কৰা পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা Standard Form of Application ত আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


B N College Dhubri Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 02
1. Assistant Professor: 01
2. Laboratory Assistant: 01

B N College Dhubri Recruitment 2019: Educational Qualification

1. Assistant Professor: পাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিস্থানৰ পৰা MCA/ M.Sc.(Computer science)/ M.Sc. (IT) নাইবা M.Tech (In relevant subject)
কৰা হব লাগিব। তদুপৰি পাৰ্থী সংশ্লিষ্ট বিষয়ত NET বা SLET উত্তীৰ্ণ হব লাগিব।
2. Laboratory Assistant: পাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিস্থানৰ পৰা BCA/ B.Sc. (IT)/ B.Sc. (Computer science) নাইবা গ্ৰেজুৱেত ডিগ্ৰী আৰু সংশ্লিষ্ট বিষয়ত Post Graduate Diploma কৰা হব লাগিব।

B N College Dhubri Recruitment 2019: Salary

1. Assistant Professor: প্ৰতিমাহে 30,000 টকা (Fixed)
2. Laboratory Assistant: প্ৰতিমাহে 15,000 টকা (Fixed)

B N College Dhubri Recruitment 2019: Application Fees

আবেদনকাৰীয়ে 500 টকাৰ Application Fees ডিমান্ড ড্ৰাফ্ট যোগেদি দিব লাগিব। ডিমান্ড ড্ৰাফ্ট " in favour of Principal, B N College Dhubri drawn at SBI Kismathasdah Branch Dhubri " ঠিকনাত কাটিব লাগিব।


B N College Dhubri Recruitment 2019: How to Apply

ইচ্ছুক আৰু উপযুক্ত পাৰ্থী সকলে HSLC ৰ পৰা সকলো নথিসহ আবেদন পপত্ৰ অহা 07 জুন, 2019 তাৰিখৰ ভিতৰত তলত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব।

B N College Dhubri Recruitment 2019

আবেদন জমা দিয়া ঠিকনা:
Principal
N College, Dhubri
PO- Bidyapara
Dist- Dhubri, Assam
PIN- 783324