অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 May 2019

নৱৰূপ জাতীয় বিদ্যাপীঠ, নগাঁও ত শিক্ষক পদ খালী: Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon

Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


নৱৰূপ জাতীয় বিদ্যাপীঠ, নগাঁওত চাৰিটা বিভিন্ন শিক্ষক পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু অৰ্হতা থকা পাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


নগাঁও চহৰৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত  ইংৰাজী আৰু বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষকৰ পদ পূৰণ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ প্ৰয়োজন।

Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


মুঠ পদৰ সংখ্যা: 4 টা। ইয়াৰে,
1. ইংৰাজী (English)- 2 টা
2. বিজ্ঞান (Science)- 2 টা


Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


 প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা(Educational Qualification):
 পাৰ্থী সংশ্লিষ্ট বিষয়ত স্নাতক উত্তীৰ্ণ হ'ব লাগিব।
1. বিজ্ঞান শিক্ষকৰ প্ৰাৰ্থী ৰসায়ন বিজ্ঞান (Chemistry) অথবা পদাৰ্থ বিজ্ঞান (Physics) ত মেজৰ সহ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
2. ইংৰাজী শিক্ষকৰ বাবে পাৰ্থী ইংৰাজীত মেজৰসহ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। পাৰ্থীৰ Spoken English ত বিশেষ দক্ষতা বিচৰা হৈছে। যদি কোনো পাৰ্থীৰ Spoken English ৰ পাঠদান কৰা Experience থাকে তেন্তে তেওঁক অগ্ৰাধিকাৰ দিয়া হব।
3. যদিহে কোনো আবেদনকাৰী পাৰ্থী B.Ed./D.El.Ed. পাঠ্যক্ৰম উত্তীৰ্ণ হয় তেন্তে তেনে পাৰ্থীক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হব।

Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


কেনেকৈ আবেদন কৰিব (How to Apply):
যদিহে কোনো সদাশয়  পাৰ্থীয়ে উক্ত পদকেইটাত আবেদন কৰিব বিচাৰে তেন্তে অহা 10/06/2019 তাৰিখৰ ভিতৰত তলত উল্লেখ কৰা ঠিকনাত আবেদন কৰিব লাগিব।
পাৰ্থী সকলে আবেদনৰ লগত নিজৰ সকলো Supporting Educational Documents ৰ ফটোষ্টেট কপি জমা দিব লাগিব।

আবেদন কৰাৰ বাবে ঠিকনাটো হল:
সম্পাদক, নৱৰূপ জাতীয় বিদ্যাপীঠ,
বিষ্ণুজ্যোতি চৌদহ, শিবনগৰ
আমোলাপট্টি
ডাকঘৰ: ইটাচালি,
জিলা: নগাঁও
পিন: 782003

Teacher Recruitment at Navarup Jatiya Vidyapith, Nagaon: 2019


নিৰ্বাচিত পাৰ্থীক আলোচনা মৰ্মে উপযুক্ত দৰমহা প্ৰদান কৰা হব। অধিক জানিবলৈ পাৰ্থীয়ে 94350-61713 নম্বৰত ফোন কৰিব পাৰে।