অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 May 2019

চাহ বাগিচাৰ চাকৰি: Job Opportunity at Tea Garden

Tea Garden Recruitment 2019

Tea Garden Recruitment 2019

1. Welfare Officer (কল্যাণ বিষয়া)

তিনিচুকীয়া জিলাৰ অন্তৰ্গত এখন চাহ বাগানত এটা কল্যাণ বিষয়াৰ পদ খালী হৈছে। উক্ত পদটিত নিযুক্তিৰ বাবে এজন অৰ্হতা সম্পন্ন ব্যক্তিৰ প্ৰয়োজন।

Educational Qualification:

উক্ত পদটিত নিযুক্তিৰ বাবে পাৰ্থী MSW (Master of Social Work) ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি Experience থকা পাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হব।

Salary:

Selected Candidate ক উপযুক্ত দৰমহা প্ৰদান কৰা হব লগতে থকা খোৱাৰ সুবিধা দিয়া হব।

How to Apply:

ইচ্ছুক আৰু যোগ্যতাসম্পন্ন পাৰ্থীয়ে নিজৰ সকলো প্ৰয়োজনীয় নথিসহ তলত ঠিকনাত Email কৰিব পাৰে।

Email: assamteaka@gmail.com

Assam Tea Garden Recruitment 2019

2. Senior Factory Assistant Manager

ব্ৰহ্মপুত্ৰ উপত্যকাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত এখন আগশাৰীৰ চাহ বাগিচাত খালী হোৱা Senior Factory Assistant Manager পদত নিযুক্তিৰ বাবে উপযুক্ত পাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

Essential Qualification:

উল্লেখিত পদৰ বাবে পাৰ্থী অতি কমেও Graduate Degree (BA/B.Sc./B.Com)থকা হব লাগিব। তদুপৰি পাৰ্থী আগতে চাহ বাগিচাত কাম কৰাৰ Experience থকা বিচৰা হৈছে।
যদিহে পাৰ্থীৰ 10 ৰ পৰা বছৰ কাম কৰাৰ অভিজ্ঞতা আছে তেন্তে তেনে পাৰ্থীক নিযুক্তিত  অগ্ৰাধিকাৰ দিয়া হব।

Salary:

উপযুক্ত দৰমহা প্ৰদান কৰা হব লগতে থকা খোৱাৰ সুবিধা দিয়া হব।

How to Apply:

ইচ্ছুক আৰু যোগ্যতাসম্পন্ন পাৰ্থীয়ে নিজৰ সকলো প্ৰয়োজনীয় নথিসহ তলত ঠিকনাত Email কৰিব পাৰে।

Email address: inteaassam@gmail.com