অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 May 2019

পুনৰ পিছুৱালে অসম কৃষি বিশ্ববিদ্যালয়ৰ JAA পদৰ বাবে হব লগা লিখিত পৰীক্ষা : Final Written Test for JAA Recruitment of AAU Postponed

Written Test for JAA Recruitment of AAU Postponed
Final Written Test for JAA Recruitment of AAU Postponed


AAU Recruitment of Junior Administrative Assistant 2019

যোৰহাট জিলাত বৰভেটাত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত খালী হোৱা Junior Administrative Assistant পদৰ বাবে অনুস্থিত হব লগা Final লিখিত পৰীক্ষা পুনৰ পিছুৱাই দিয়া হৈছে।


AAU Recruitment of Junior Administrative Assistant 2019

Final Written Test ৰ নতুন সময়সূচী এনেধৰণৰ:
1. পৰীক্ষাৰ তাৰিখ: 09/06/2019
2. সময়: 10.00 AM ৰ পৰা 1.00 PM
3. ঠাই: Academic Complex, AAU

AAU Recruitment of Junior Administrative Assistant 2019

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ অধীনত খালী থকা Junior Administrative Assistant পদ পূৰণ বাবে 20/01/2019 তাৰিখে অনুষ্ঠিত কৰা প্ৰাৰম্ভিক লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা পাৰ্থীসকলৰ বাবে 17/03/2019 তাৰিখে Final Written Test অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু অনিবাৰ্য কাৰণবশত এই পৰীক্ষা পিছুৱাই দিয়া হৈছিল।

AAU Recruitment of Junior Administrative Assistant 2019

Important Notice for the Candidates:

1. Final Written Test ৰ প্ৰশ্নকাকত Descriptive type  ৰ হব।
2. Selected পাৰ্থী সকলক ডাক যোগে Call Letter প্ৰেৰণ কৰা হৈছে। যদি কোনো পাৰ্থীয়ে Call Letter যদি লাভ কৰা নাই তেন্তে তেওলোকে আগৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ বা নিজৰ Photo Identify Proof আৰু Passport Photo একপি ৰ সৈতে AAU কাৰ্যলয়ত যোগাযোগ কৰিব পাৰে।
3. পৰীক্ষা হলৰ ভিতৰত পাৰ্থী সকলে কোনো ধৰণৰ বেগ, মোবাইল ফোন, কেলকুলেতৰ বা ইলেকট্ৰনিক ডিভাইছ আনিব নোৱাৰিব।
4. পৰীক্ষাৰ বাবে কোনো ধৰণৰ TA/DA দিয়া নহয়।

AAU Recruitment of Junior Administrative Assistant 2019

অধিক জানিবলৈ পাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইট চাব পাৰে।

AAU ৱেবছাইট: ইয়াত ক্লিক কৰক

About Assam Agricultural University:

যোৰহাটৰ বৰভেটাত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়। বৰ্তমান ইয়াত কৃষি বিজ্ঞান আৰু পশু চিকিৎসা বিজ্ঞান বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট পাঠ্যক্ৰমৰ লগতে বিভিন্ন বিসয়ত গৱেষণা কৰা হয়।