Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

26 May 2019

উত্তৰ পূব সীমান্ত ৰেলৱেতশিক্ষকৰ চাকৰি: Vacancy at Northeast Frontier Railway

NF Railway Recruitment of Teacher 2019


NF Railway Recruitment of Teacher 2019

NF Railway ৰ অধীনত থকা বিভিন্ন বিদ্যালয়ত খালী হোৱা বিভিন্ন category ৰ শিক্ষক পদত নিযুক্তিৰ বাবে উপযুক্ত আৰু অৰ্হতা থকা quality পাৰ্থী বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।
পদসমূহ NF Railway ৰ অধীনত থকা Railway H.S. School লামডিং, ডিমাপুৰ, বদৰপুৰ আৰু আলিপুৰদুৱাৰৰ বাবে।

NF Railway Recruitment of Teacher 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 49 টা

School Wise পদসমূহৰ Vacancy এনে ধৰণৰ:
Railway H.S. School, লামডিং:
1. PGT- 3 টা:
ক) Pol.Science- 1
খ) Economics- 1
গ) Logic & Philosophy- 1

2. TGT- 2
ক) হিন্দী - 1
খ) PTI - 1

3. PRT- 3
ক) বেংগলী - 2
খ) অসমীয়া - 1


NF Railway Recruitment of Teacher 2019

Railway H.S. School, বদৰপুৰ:
1. TGT- 4 টা:
ক) হিন্দী- 1
খ) Fine Arts- 1
গ) Social Science- 1
ঘ) Bio Science - 1

2. PRT- 4
ক) হিন্দী - 1
খ) ইংৰাজী - 3

NF Railway Recruitment of Teacher 2019

Railway H.S. School, ডিমাপুৰ:
1. TGT- 4 টা:
ক) হিন্দী- 1
খ) বেংগলী - 1
গ) Social Science- 1
ঘ) ইংৰাজী - 1

2. PRT- 2
ক) ইংৰাজী মাধ্যম - 2


NF Railway Recruitment of Teacher 2019


Railway H.S. School, আলিপুৰদুৱাৰ:
1. Post Graduate Teacher (PGT) - 4 টা:
ক) Hindi: OBC- 1
খ) Biology: SC- 1
গ) Sociology: ST- 1
ঘ) History: OBC- 1

2. Trained Graduate Teacher (TGT)- 8
ক) হিন্দী: OBC - 1, UR- 1
খ) Pure Science: UR- 2
গ) ইংৰাজী: UR- 1
ঘ) Computer science: OBC- 1
ঙ) Bio Science: ST- 1
চ) Sanskrit: OBC- 1

3. Primary Teacher (PRT)- 3
UR- 3, OBC- 1, SC- 1


NF Railway Recruitment of Teacher 2019: Selection Process

পদসমূহৰ বাবে তলত উল্লেখ কৰা তাৰিখ আৰু সময়ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হব।

1. Railway H.S. School, লামডিং, ডিমাপুৰ আৰু বদৰপুৰৰ বাবে
ক) PGT বাবে:
Place: DRM (P) ৰ অফিচ, লামডিং
Date: 20/06/2019
Time: 10 AM

খ) TGT & PRT ৰ বাবে
Place: DRM (P) ৰ অফিচ, লামডিং
Date: 21/06/2019
Time: 10 AM

2. Railway H.S. School, আলিপুৰদুৱাৰ
Date: 15/06/2019
Time: 10 AM

NF Railway Recruitment of Teacher 2019: Salary

ক) PGT ৰ বাবে: 27,500 টকা

খ) TGT ৰ বাবে: 26,250 টকা

গ) PRT ৰ বাবে: 21,250 টকা


NF Railway Recruitment of Teacher 2019: Mode of Appointment

পদসমূহৰ বাবে সম্পূৰ্ণৰূপে ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা হব আৰু মাহিলি উপৰত উল্লেখ কৰা মতে Fixed দৰমহা প্ৰদান কৰা হব।

NF Railway Recruitment of Teacher 2019: Age: 

পদসমূহৰ বাবে পাৰ্থীসকলৰ বয়স 18 ৰ পৰা 65 বছৰৰ ভিতৰত হব লাগিব।

কেনেকৈ আবেদন কৰিব:

সম্পূৰ্ণ বিজ্ঞাপন আৰু আবেদন পত্ৰ ৰ বাবে পাৰ্থী সকলে NF Railway ৰ ৱেবছাইটত লগ ইন কৰিব পাৰে।

ৱেবচাইটইয়াত ক্লিক কৰক
'