Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

28 May 2019

ভাৰতীয় ৰেলৱেৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত 992 টা পদ খালী: Indian Railway Recruitment 2019

Indian Railway Recruitment 2019


Indian Railway Recruitment 2019

ভাৰতীয় ৰেলৱেৰ অধীনত থকা Integral Coach Factory ত খালী হোৱা 992 টা শিক্ষানচিব পদত নিযুক্তিৰ বাবে যোজা চলোৱা হৈছে। উক্ত পদৰ নিযুক্তিৰ বাবে ইচ্ছুক উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থী ৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Indian Railway Recruitment 2019: Details of Vacancy

মুঠ পদৰ সংখ্যা: 992 টা।
ইয়াৰে
1. নতুন শিক্ষানচিব : 480 টা
2. Ex. ITI স্বীকৃতি প্ৰাপ্ত শিক্ষানচিব : 512 টা

খালী হোৱা বিভিন্ন বিভাগ সমূহ হৈছে...
1. কাৰ্পেণটাৰ
2. ইলেকট্ৰিছিয়ান
3. ফিটাৰ
5. মেচিনিষ্ট
6. পেইন্টাৰ
7. ৱেল্ডাৰ, আৰু
8. পাছা

Indian Railway Recruitment 2019: Educational Qualification

1. নতুন শিক্ষানচিব :কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা 50% নম্বৰ সহ HSLC/Class X উত্তীৰ্ণ হব লাগিব।
2. Ex. ITI স্বীকৃতি প্ৰাপ্ত শিক্ষানচিব : 50% নম্বৰ সহ HSLC/Class X উত্তীৰ্ণ হব লাগিব আৰু লগতেকোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ITI ডিগ্ৰী লাভ কৰা হব লাগিব।

Indian Railway Recruitment 2019: Age

এই পদসমূহৰ বাবে পাৰ্থীৰ বয়স 01/10/2019 তাৰিখত 15 ৰ পৰা 24 বছৰৰ ভিতৰত হব লাগিব।

Indian Railway Recruitment 2019: Application Fees

আবেদনকাৰীয়ে 100 টকাৰ Application Fees বেংক NEFT ৰ জৰিয়তে দিব লাগিব।
ST/SC/PH পাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

Indian Railway Recruitment 2019: How to Apply

ইচ্ছুক পাৰ্থী সকলে 24/06/2019 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।

আবেদন কৰিবলৈ ক্লিক কৰক: Click Here

সবিশেষ জানিবলৈ ক্লিক কৰক: Click Here
'