অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Apr 2019

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত Multi Tasking Assistant পদ খালী


পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত   Multi Tasking Assistant পদ খালী

গুৱাহাটীৰ ধাৰাপুৰত অৱস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয় খালী হোৱা Multi Tasking Assistant পদৰ বাবে ইচ্ছুক পাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে পদটোত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ ঠিকাভিত্তিক


পদৰ বিবৰণ
পদৰ নাম: Multi Tasking Assistant

শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত

প্ৰয়োজনীয় অভিজ্ঞতা:
3 months to 1 year experience in Server Administration/LAN/DBA/Technical troubleshooting support in Hardware and proficiency in MS Word, MS Excel, MS power Point, etc.

আবেদন মাচুল:
300 টকা, must be deposited in the A/c No. 7282010001728 IFSC Code: UTBI0RRBAGB, Assam Gramin Vikash Bank, Dharapur Branch, Dharapur, Guwahati-781017. The fee deposit slip be scanned and attached with the “Application Form”.

দৰমহা: Rs.15,000/ প্ৰতি মাহে

নিযুক্তি সময়: প্ৰথমতে 11 মাহৰ বাবে নিযুক্তি দিয়া হব

বয়স: 21 পৰা 30 বছৰ

কেনেকৈ আবেদন কৰিব:
ইচ্ছুক পাৰ্থী সকলে নিদষ্ট Format CV/Bio-data ( তলত লিংক দিয়া আছে) অনলাইন যোগে pgm17dharapur@gmail.com এই ঠিকনাত মেইল কৰিব লাগিব

আবেদনৰ অন্তিম তাৰিখ: 17/04/2019

CV/Bio-data লিংক: Click Here
সম্পূৰ্ণ বিজ্ঞাপন চাওক: Click Here