অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Apr 2019

হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয় ত বিভিন্ন শিক্ষক আৰু অশিক্ষক পদ: Job Opportunity at Hindustani Kendriya Vidyalaya

Hindustani Kendriya Vidyalaya  Recruitment 2019
Job Opportunity at Hindustani Kendriya Vidyalaya  
Hindustani Kendriya Vidyalaya  Recruitment 2019

হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ত খালী হোৱা বিভিন্ন শিক্ষক আৰু অশিক্ষক পদৰ বাবে ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। পদ সমূহ ইয়াৰ তেজপুৰ, জখলাবন্ধা আৰু তিনিচুকীয়া কেমপাছৰ বাবে। 

Hindustani Kendriya Vidyalaya  Recruitment 2019

পদ সমূহ এনে ধৰণৰ:

ক) তেজপুৰ কেমপাছৰ বাবে:
1. Science Teacher
2. Social Science Teacher
3. Hindi Teacher
4. Montessori Trained Teacher
5. Physical Health Education Teacher

Hindustani Kendriya Vidyalaya  Recruitment 2019

খ) জখলাবন্ধা কেমপাছৰ বাবে:
1. English Teacher
2. Social Science Teacher
3. Hindi Teacher
4. Montessori Trained Teacher
5. Martial Arts Teacher

Hindustani Kendriya Vidyalaya  Recruitment 2019

গ) তিনিচুকীয়া কেমপাছৰ বাবে: 
1. Biology
2. Hindi
3. English
4. Political science
5. Sociology
6. Computer science
7. History
8. PHE
9. Librarian

Hindustani Kendriya Vidyalaya  Recruitment 2019

পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা:
1. পাৰ্থী সকল সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ বা স্নাতক  ডিগ্ৰীধাৰী হোৱাৰ লগতে B.Ed. ডিগ্ৰী থাকিব লাগিব।
2. ইংৰাজী ভাষাত বুৎপন্ন থাকিব লাগিব।

Hindustani Kendriya Vidyalaya  Recruitment 2019

দৰমহা:
উপযুক্ত পাৰ্থীক উপযুক্ত দৰমহা দিয়া হব।

Hindustani Kendriya Vidyalaya  Recruitment 2019

কেনেকৈ আবেদন কৰিব: 
তেজপুৰ, জখলাবন্ধা আৰু তিনিচুকীয়া কেমপাছত তলত উল্লেখ কৰা তাৰিখ আৰু সময়ত সাক্ষাৎকাৰ অনুস্থিত হব। ইচ্ছুক পাৰ্থী সকলে উক্ত দিনত সকলো শিক্ষাগত নথিসহ সাক্ষাৎকাৰত উপস্থিত থাকিবলৈ কোৱা হল।

ক) তেজপুৰ কেমপাছ:
তাৰিখ: 12/04/2019, সময়: দিনৰ 11 বজাত।
Phone: 94351-652154

Hindustani Kendriya Vidyalaya  Recruitment 2019

খ) জখলাবন্ধা কেমপাছ:
তাৰিখ: 13/04/2019, সময়: দিনৰ 10.30 বজাত।
Phone: 76649-89001

Hindustani Kendriya Vidyalaya  Recruitment 2019

গ) তিনিচুকীয়া কেমপাছ
তাৰিখ: 21/04/2019, সময়: দিনৰ 10.30 বজাত।
Phone: 0374-2310137