অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Apr 2019

সৈনিক বিদ্যালয়, গোৱালপাৰাত কেইবাটাও শিক্ষক আৰু অশিক্ষক পদ খালী: Job opportunity at Sainik School Goalpara


Job opportunity at Sainik School Goalpara

Job opportunity at Sainik School Goalpara 

সৈনিক বিদ্যালয়, গোৱালপাৰাত খালী হোৱা কেইবাটাও শিক্ষক আৰু অশিক্ষক পদৰ বাবে ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থীৰ পৰা walk-in-interview বাবে আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে পদ সমূহত নিযুক্তি প্ৰক্ৰিয়া ঠিকাভিত্তিক

মুঠ পদৰ সংখ্যা: 11টা

পদ সমূহ এনে ধৰণৰ:
1. Word Boy - 2টা
2. Matron (Lady) – 2টা
3. Band Master - 1টা
4. Lab Attendant - 3 টা
5. TGT (English) - 1টা
6. Cook - 2টা

দৰমহা: (প্ৰতি মাহে)
1. Word Boy - 13,000/
2. Matron (Lady) - 13,000/
3. Band Master - 20,000/
4. Lab Attendant - 13,000/
5. TGT ( English) - 22,000/
6. Cook - 16,000/

আবেদন মাচুল:
200 টকাৰ আবেদন মাচুল ডীমান্ড ড্ৰাফ্টত Principal, Sainik School Goalpara নামত দিব লাগিব

কেনেকৈ আবেদন কৰিব:
সকলোবোৰ নথি পত্ৰসহ আবেদন পত্ৰ ডিমান্ড ড্ৰাফ্টৰ সৈতে তলত দিয়া ঠিকনাৰত 03 May, 2019 ভিতৰত জমা দিব লাগিব

সাক্ষাৎকাৰৰ তাৰিখ:
সৈনিক বিদ্যালয়, গোৱালপাৰা চৌদহত তলত উল্লেখ কৰা তাৰিখত সাক্ষাৎকাৰ অনুস্থিত হব  
1. Word Boy - 06 May, 2019
2. Matron (Lady) - 06 May, 2019
3. Band Master - 08 May, 2019
4. Lab Attendant - 08 May, 2019
5. TGT (English) - 14 May, 2019
6. Cook - 14 May, 2019

যোগাযোগৰ ঠিকনা:
Principal, Sainik School Goalpara
PO- Rajapara, Goalpara, Assam
Pin- 783133
Ph No.: 03663287076
Email: ssg1964@yahoo.com

শিক্ষাগত অৰ্হতা আৰু সম্পূৰ্ণ বিজ্ঞাপন বাবে: Click Here