অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Apr 2019

বোৰ্ডাৰ ছিকিউৰিতি ফৰ্ছত 1072 হেড কনছটেবল ( ৰেডিঅ অপাৰেটৰ আৰু ৰেডিঅ মেকানিক) পদ খালী: Job opportunity at Boarder Security Force


Job opportunity at Boarder Security Force
Job opportunity at Boarder Security Force

Last Date: 12/06/2019

গৃহ মন্ত্ৰালয়ৰ অধীনত থকা বোৰ্ডাৰ ছিকিউৰিতি ফৰ্ছত 1072 টা খালী হোৱা পদত নিযুক্তিৰ বাবে আগ্ৰহী আৰু যোগ্যতাসম্পন্ন পাৰ্থীৰ পৰা অনলাইন আবেদন বিছৰা হৈছে

পদৰ বিবৰণ (Details of Posts):
পদৰ নাম: হেড কনছটেবল ( ৰেডিঅ অপাৰেটৰ আৰু ৰেডিঅ মেকানিক)
মুঠ পদৰ সংখ্যা: 1072 টা

1. হেড কনছটেবল (ৰেডিঅ অপাৰেটৰ): 300 টা পদ
ইয়াৰে 269 টা সাধাৰণ শ্ৰেণীৰ পাৰ্থীৰ বাবে আৰু 31 টা আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ বাবে

শিক্ষাগত অৰ্হতা ( Educational qualification):
পাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা PCM 60% নম্বৰসহ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ হব লাগিব
নাইবা
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু  ৰেডিঅ আৰু টিভি/ইলেকট্ৰনিকছ/ কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগৰামিঙ এছিছটেন্ট/ ডেটা প্ৰিপাৰেচন আৰু কম্পিউটাৰ ছফ্টৱেৰ/ জেনেৰেল ইলেকট্ৰনিকছ/ ডেটা এন্ট্ৰি অপাৰেটৰ ITI প্ৰমানপত্ৰ থাকিব লাগিব

2. হেড কনছটেবল (ৰেডিঅ মেকানিক): 772 টা পদ
ইয়াৰে 349 টা সাধাৰণ শ্ৰেণীৰ পাৰ্থীৰ বাবে আৰু 54 টা আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ বাবে, OBC বাবে 151 টা, SC বাবে 146 টা আৰু ST বাবে 72 টা পদ সংৰক্ষিত

শিক্ষাগত অৰ্হতা ( Educational qualification):
পাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা PCM 60% নম্বৰসহ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ হব লাগিব
নাইবা
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু  ৰেডিঅ আৰু টিভি/ইলেকট্ৰনিকছ/ কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগৰামিঙ এছিছটেন্ট/ ডেটা প্ৰিপাৰেচন আৰু কম্পিউটাৰ ছফ্টৱেৰ/ ইলেকট্ৰিছিয়ান/ ফিটাৰ/ ইনফ' টেকন'লজি/ ইলেকট্ৰনিক ছিস্তেফ মেনটেইনেনছ/ ইকুইভেলেন্ট ট্ৰেড ITI প্ৰমানপত্ৰ থাকিব লাগিব

দৰমহা (Salary):
পে-স্কেল: 25,500/ পৰা 81,100/ টকা

বয়সৰ সীমা (Age Limit):
পদসমূহৰ বাবে পাৰ্থীৰ বয়স 12/06/2019 তাৰিখত 18 পৰা 25 বছৰৰ ভিতৰত হব লাগিব সংৰক্ষিত শ্ৰেণীৰ পাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীসা ৰেহাই দিয়া হব

আবেদন মাচুল (Application Fees):
পাৰ্থী সকলে 100 টকা আবেদন মাচুল অনলাইন জৰিয়তে দিব লাগিব ST/SC/PH আৰু মহিলা পাৰ্থীয়ে আবেদন মাচুল দিব নালাগে

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক আৰু অৰ্হতাসম্পন্ন পাৰ্থীয়ে তলত দিয়া ৱেবচাইটত গৈ 14/05/2019 পৰা আবেদন কৰিব পাৰিব

অনলাইন আবেদন আৰম্ভ হব: 14/05/2019
অনলাইন আবেদন শেষ হব: 12/06/2019


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: য়াত ক্লিক কৰক