Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

15 Apr 2019

সমূহ অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহাগ বিহুৰ অশেষ শুভেচ্ছা জনালোঁ।

www.thejobinassam.in bihu wishes


“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।“

সচাকৈ বহাগ বিহুটি অসমীয়াৰ বাপতি সাহোন স্বৰূপকাৰণ প্ৰত্যেক অসমীয়া জাতি ভেদ উচ্চ নীচ পাহৰি অতি উলাহেৰে এই বিহুটি পালন কৰে কুলি কেতেকীৰ বিনন্দীয় মাতে সকলোকে যেন আপ্লুত কৰি তোলে আৰু নাচনী সকলৰ নাচৰ তালে তালে যেন সকলোৰে মন আনন্দত নাচি উঠে সচাকৈ বহাগ বিহুটিএ আমাৰ মনত অপাৰ আনন্দ জগাই তোলে 

এই চেগতে আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহাগ বিহুৰ অশেষ শুভেচ্ছা জনালোঁ

'