অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Apr 2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত এল ডি এ/ টাইপিষ্ট আৰু কম্পিউটাৰ টাইপিষ্ট পদ: Job at Gauhati High Court- LDA, Typist, Computer Typist

Job at Gauhati High Court- LDA, Typist, Computer Typist

Job at Gauhati High Court- LDA, Typist, Computer Typist

আবেদনৰ অন্তিম দিন: 09/05/2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা এল ডি / টাইপিষ্ট আৰু কম্পিউটাৰ টাইপিষ্ট পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে

পদসমূহৰ বিৱৰণ(Details of Posts):
1. LDA/ LD Assistant/Typist
পদৰ সংখ্যা: 5 (নলবাৰী-4, যোৰহাট-1)

2. Computer Typist
পদৰ সংখ্যা: 1 (যোৰহাট-1)

শিক্ষাগত অৰ্হতা (Education Qualification):
1. পাৰ্থী ভাৰতৰ যিকোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী ' লাগিব
2. কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্চনীয় কম্পিউটাৰ টাইপিষ্ট পদৰ বাবে  MS Office ডিপ্লোমা বা চাৰ্টিফিকেট কৰ্চ কৰা ' লাগিব
3. অসমৰ স্থানীয় ভাষা অৰ্থাৎ অসমীয়া ভাষা জানিব লাগিব

দৰমহা (Salary):
 Pay Scale: Rs.14000-49000/  আৰু GP: Rs.5600/

আবেদন মাছুল(Application Fees):
Gen/OBC পাৰ্থীৰ বাবে 300 টকা, SC/ST পাৰ্থীৰ বাবে 150 টকা, PWD পাৰ্থী কোনো মাছুল দিব নালাগে

বয়সৰ সীমা (Age Limit):
General: 18 পৰা 38 বছৰ
OBC/MOBC: 18 পৰা 41বছৰ
SC/ST: 18 পৰা 43 বছৰ
PWD: 18 পৰা 48 বছৰ

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ পাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব পাৰে
মনকৰিবলগীয়া যে পাৰ্থীসকলে কেৱল এটা পদত হে আবেদন কৰিব লাগিব, কিয়নো দুয়োটা পদৰ বাবে একেদিনাই লিখিত পৰীক্ষা অনুষ্ঠিত '

Important Dates:
1. অনলাইন আবেদন আৰম্ভ ': 25/04/2019
2. অনলাইন আবেদনৰ অন্তিম দিন: 09/05/2019

Important Link:

1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

2. সম্পূৰ্ণ বিজ্ঞিপন চাওক: ইয়াত ক্লিক কৰক