অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

14 Apr 2019

আৰ্মি পাব্লিক স্কুল, গুৱাহাটীত এল ডি এ (LDA)আৰু বিজ্ঞানাগাৰ (Lab Attendant) পদ: Job at Army Public School, Guwahati

Job at Army Public School, Guwahati
Job at Army Public School, Guwahati


আৰ্মি
পাব্লিক স্কুল, গুৱাহাটীত খালী হোৱা এল ডি (LDA)আৰু বিজ্ঞানাগাৰ(Lab Attendant) পদত নিযুক্তিৰ বাবে অহা 24 এপ্ৰিল,2019 তাৰিখে সাক্ষাৎকাৰ অনুষ্ঠিত হব

পদসমূহৰ বিৱৰণ (Details of Posts):
1. এল ডি (LDA) আৰু
2. বিজ্ঞানাগাৰ (Lab Attendant)

শিক্ষাগত অৰ্হতা (Education Qualification):
1. LDA: যিকোনো বিষয়ত গ্ৰেজুৱেত হব লাগিব অথবা সেনা বাহিনীত দহ বছৰ কেৰাণী কাম কৰা অভিজ্ঞতা লাগিব I লগতে কম্পিউটাৰ আৰু একাউন্টছৰ জ্ঞান থাকিব লাগিব I
2. Lab Attendant: বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব আৰু কম্পিউটাৰ জ্ঞান থাকিব লাগিব I

দৰমহা (Salary):
As Per APS norm.

কেনেকৈ আবেদন কৰিব (How to Apply):
আৰ্মি পাব্লিক স্কুল, গুৱাহাটীৰ বশিষ্ঠত থকা চৌদহত অহা 24 এপ্ৰিল,2019 তাৰিখে 10 বজাৰ পৰা 1 বজালৈ  সাক্ষাৎকাৰ অনুষ্ঠিত হব ইচ্ছুক পাৰ্থীয়ে সেইদিনা নিজৰ সকলো শৈক্ষিক নথিসহ উপস্থিত থাকিব লাগিব

ঠিকনা:
Army Public School, Basistha
C/O:- 151, Base Hospital, Guwahati-781029
Ph:-  + 91 361 2304739
EMail:- as.basistha@gmail.com