অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Apr 2019

ইনডাচ একাডেমী, জাগিৰোডত চাকৰিৰ সুযোগ: Job Opportunity at Indus Academy, Jagiroad

Indus Academy Recruitment 2019

জাগিৰোডস্থিত CBSE ৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় ইনডাচ একাডেমিত তলত উল্লেখ কৰা বিভিন্ন পদত  ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ বিবৰণ (Details of Posts):
1. Nursery Teacher
2. TGT - Social Science
3. TGT - Science (Biology)
4. TGT - Mathematics
5. Physical Instructor

Indus Academy Recruitment 2019

শিক্ষাগত অৰ্হতা (Educational qualification):
1. Nursery Teacher: স্নাতক আৰু লগতে মন্টেচ্ছৰি ট্ৰেইনিং কৰা হব লাগিব।
2. TGT - Social Science: বুৰঞ্জী বিষয়ত স্নাতক বা স্নাতকোত্তৰ আৰু বি.এড.
3. TGT - Science (Biology): প্ৰানীবিজ্ঞান বা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতক বা স্নাতকোত্তৰ আৰু বি.এড.
4. TGT - Mathematics: গণিত বিষয়ত স্নাতক বা স্নাতকোত্তৰ আৰু বি.এড.
5. Physical Instructor: যিকোনো বিষয়ত স্নাতক বা স্নাতকোত্তৰ আৰু বি.পি.এড.

ইংৰাজী মাধ্যমত অধ্যয়ন কৰা আৰু অভিজ্ঞতা থকা পাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

Indus Academy Recruitment 2019

দৰমহা (Salary):
পাৰ্থী সমূহক উপযুক্ত দৰমহা দিয়াৰ লগতে PF আৰু ESI ৰ সুবিধা দিয়া হব।

কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক পাৰ্থীয়ে শেহতীয়া Resume সহ  বিজ্ঞাপন প্ৰকাশ পোৱাৰ 7  দিনৰ ভিতৰত তলত দিয়া ঠিকনাত আবেদন কৰিব পাৰে।
Indus Academy, Jagiroad
Marigaon, Assam
Pin- 782410
Email: indus06@yahoo.co.in