অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 May 2019

Indian Army Women Police Recruitment 2019: সামৰিক বাহিনীত ১০০ মহিলা মিলিটাৰী পুলিচ

Indian Army Women Police Recruitment 2019


India Army the largest Army Unit of India will recruit women police first time to it. An advertisement has release to recruit 100 women police. Interested Candidate can see the details below.

Indian Army Women Police Recruitment 2019

ভাৰতীয় সেনাবাহিনীত ১০০ মহিলা সৈনিক নিয়োগ কৰা হ'ব।ছলজাৰ জেনেৰেল ডিউটি ( মহিলা মিলিটাৰী পুলিচ) নিয়োগ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা অহা ৮ জুনৰ ভিতৰত পোৱাকৈ আবেদন বিচৰা হৈছে। প্ৰাৰ্থী বাছনিৰ অৰ্থে উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত শ্বিলঙৰ লগতে আম্বালা , লক্ষ্মৌ, জব্বলপুৰত আৰু বাংগালোৰত নিয়োগ সমাবেশ অনুষ্ঠিত হব। পিছলৈ এই নিয়োগ সমাবেশৰ স্থান সলনি হব পাৰে।

Indian Army Women Police Recruitment 2019

এই পদৰ বাবে আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা মেট্ৰিক বা Class X বা SSLC নাইবা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত 45% নম্বৰ লৈ উত্তীৰ্ণ হব লাগিব।
এই পদৰ বাবে পাৰ্থীৰ উচ্চতা 142 CM হব লাগিব আৰু সেই অনুপাতে ওজন হব লাগিব

Indian Army Women Police Recruitment 2019

এই পদৰ বাবে আবেদনকাৰী পাৰ্থীৰ বয়স 17 বছৰ 6 মাহৰ পৰা 21 বছৰৰ ভিতৰত অৰ্থাৎ 01/10/1998 তাৰিখৰ পৰা 01/04/2002 তাৰিখৰ ভিতৰত জন্ম গ্ৰহণ কৰা হব লাগিব

Indian Army Women Police Recruitment 2019

ইচ্ছুক পাৰ্থীসকলে  জুনৰ ভিতৰত অনলাইন আবেদন যোগে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব  অনলাইনত আবেদনৰ পিছত বিভিন্ন দিশ পৰীক্ষা কৰি উপযুক্ত পাৰ্থীক এডমিত কাৰ্ড প্ৰদান কৰা হব

Indian Army Women Police Recruitment 2019

পাৰ্থী বাচনি শাৰীৰিকমেডিকেল আৰু Common Selection Test, এই তিনিটা পৰ্যায়ত কৰা হব
Common Selection Test  ‌ঋণাত্মক নম্বৰ তথা ভুল উত্তৰৰ বাবদ নম্বৰ কৰ্তন কৰা হব

Indian Army Women Police Recruitment 2019

এই বিজ্ঞাপনৰ বিষয়ে অধিক জানিব লৈ পাৰ্থীয়ে বিভাগীয় ৱেবচাইটৰ সহায় লব পাৰে
নাইবা 011-26173840 নম্বৰত ফোন কৰিব পাৰে

ৱেবছাইট: Click Here