অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Sept 2019

কৰ আয়ুক্তৰ অফিচত ১৮ নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Last Date Extended Again to 15 September

Office the Commissioner of Taxes Recruitment 2019


Office the Commissioner of Taxes Recruitment 2019

অসম কৰ আয়ুক্তৰ অফিচত খালী হোৱা 18 টা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আছে এটা Important খবৰ।  যিসকলে অফলাইন যোগেদি আবেদন কৰিছিল তেওলোকে পুনৰ বিভাগীয় ৱেবচাইট www.comtax.assam.gov.in ত গৈ 15/09/2019 ৰ আগত অনলাইন আবেদন কৰিব লাগিব।



অনলাইন আবেদন লিংক 15/09/2019 তাৰিখলৈ থাকিব।



কোনো নতুন আবেদন গ্ৰহন কৰা নহয়। মাত্ৰ যিসকলে অন্তিম তাৰিখৰ আগতে অফলাইন আবেদন কৰিছিল তেওঁলোকৰ হে আবেদন গ্ৰহণ কৰা হব। 


যিসকলে অফলাইন আবেদন কৰিছিল তেওঁলোকৰ নাম বিভাগীয় ৱেবচাইট www.comtax.assam.gov.in ত উপলব্ধ হব।

List of candidates who submitted offline applicationClick Here 

Apply Online: Click Here 

Full Advertisement: Click Here