অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Sept 2019

নেচনেল হেল্থ মিচন, অসমত চাকৰি: NHM Assam Recruitment 2019, Financial Advisor [Apply Online]


NHM Assam Recruitment 2019


NHM Assam Recruitment 2019

খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...



Details of Posts

পদৰ সংখ্যা: 01 টা

পদৰ নামFinancial Advisor

Educational Qualification
  • C.A./ I.C.W.A. with minimum 5 years post qualification work experience in handling financial matters in reputed organization. or C.A. Inter/ M.Com with minimum 10 years post qualification work experience in handling financial matters in reputed organization.
  • Preference will be given to candidates:
  1. Who have retired as Assam Finance Service Officer
  2. Who are working in Finance Advisor position or above
  • Computer proficiency-MS Office & Tally
  • Excellence in verbal & written communication skills are essential


Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 40000 টকা হিচাপত দৰমহা দিয়া হব।

NHM Assam Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 01/10/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

অনলাইন আবেদন সমাপ্ত হব: 01/10/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক