অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Sept 2019

SSC SI & ASI Recruitment 2019: Apply Online For SSC CPO 2019 [Link Activated]


SSC SI & ASI Recruitment 2019


SSC SI & ASI Recruitment 2019

SSC  খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...





Details of Posts

পদৰ নাম:

1. Sub-Inspector (GD) in CAPFs
দৰমহাLevel-6 (Rs.35,400-1,12,400/-) and is classified as Group “B” (Non-Gazetted), Non-Ministerial.

2. Sub Inspector (Executive) - (Male/ Female) in Delhi Police

দৰমহাLevel-6 (Rs.35,400-1,12,400/-) and is classified as Group “C” (Non-Gazetted) by Delhi Police.

3. Assistant Sub-Inspector (Executive) in CISF

দৰমহাLevel-5 (Rs.29,200-92,300) and is classified as Group “C” (Non-Gazetted).

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব

Age Limit: আবেদনকাৰীৰ বয়স 20  পৰা 25 বছৰৰ ভিতৰত হব লাগিব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
  •         UR/OBC/MOBC:  100 টকা
  •          SC/ST/Women:  Nil

SSC Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 16/10/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব17/09/2019

2. অনলাইন আবেদন সমাপ্ত হব16/10/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক