অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Sept 2019

মৰিগাঁও জিলাত চাৰি ক্ষেত্ৰ বিষয়াৰ চাকৰি: Morigaon District Job for Field Officer 2019

District Disaster Management Authority, Morigaon Recruitment 2019

District Disaster Management Authority, Morigaon Recruitment 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, মৰিগাঁওত  খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


পদৰ নাম: Field Officer (Disaster Management)

পদৰ সংখ্যা: 04 টা

Place of Posting:
  • মৰিগাঁও ৰাজহচক্ৰ: 01 টা
  • মাংঙ ৰাজহচক্ৰ: 01 টা
  • লাহৰীঘাট ৰাজহচক্ৰ: 01 টা
  • মিকিৰভেটা ৰাজহচক্ৰ: 01 টা

Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা

2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)

3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।
:

Age

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।

How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 16/09/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব

2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব

3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ16/09/2019

Time: 10.00 AM

স্থান: DC Office, Morigaon

Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
------------------------------------------------------------

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক