অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Sept 2019

Answer Key of DHSFW Written Exam Held on 8 September, 2019

Answer Key of DHSFW Written Exam Held on 8 September, 2019


 Health & FW Deptt, Assam Recruitment 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম এ (Health & FW Deptt, Assam Cum-Director of Health Services (FW) Assam) ইয়াৰ অধীনত খালী হোৱা 189 টা Grade-III আৰু 65 টা Grade-IV (Computor/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker & Grade IV) পদৰ বাবে 08 ছেপ্টেম্বৰ তাৰিখে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যায়।

Answer Key of DHSFW Written Exam

০৮/০৯/২০১৯ তাৰিখে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ উত্তৰ সমূহ তলত দিয়া হৈছে। তলৰ লিংকত ক্লিক কৰিলে উত্তৰ সমূহ চাব পাৰিব।


Page 1
Page 2
Page 3
Page 4
Page 5
Page 6
Page 7
Page 8

Page 9


DHSFW Vacancy Details :

মুঠ পদৰ সংখ্যা: 254 টা
পৰীক্ষাৰ তাৰিখ: 08 ছেপ্টেম্বৰ, 2019
পদৰ নাম:
  • Computor
  • Field Worker
  • Social Worker
  • Field & Evaluation Worker
  • L. D. Assistant
  • Grade-IV

Important Links

বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক