অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Aug 2019

Rangia T.T. College B.Ed. Admission Notice 2019: Last Date of Submission of Form is 23rd August

Rangia T.T. College B.Ed. Admission Notice 2019


Rangia T.T. College B.Ed. Admission Notice 2019

ৰঙিয়া টিছাৰ ট্ৰেইনিং কলেজত 2019-20 বৰ্ষৰ বিএড প্ৰথম বৰ্ষৰ এডমিচনৰ বাবে জাননী প্ৰকাশ কৰা হৈছে। এডমিচন গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা বিএড প্ৰৱেশ পৰীক্ষা (GUBEDCET2019) অনুসৰি হব।

Details of B.Ed. Admission Notice of Rangia T.T. College

1. No. of Sheets

মুঠ আসনৰ সংখ্যা: 100
DSE এ ডেপুটেছন কৰা শিক্ষকৰ বাবে সংৰক্ষিত আসন: 09 (UR-08, STP-01)
বিএড প্ৰৱেশ পৰীক্ষা দ্বাৰা ভৰ্তি হব লগা আসনৰ সংখ্যা: 91

2. Reservation for Entrance Candidates

মুঠ আসনৰ সংখ্যা: 91
ইয়াৰে...
অসংৰক্ষিত আসন: 52
OBC/MOBC: 15
SC: 07
ST(P): 09
ST(H): 05
PWD: 03

Important Dates

1. ফৰ্ম জমা দিয়াৰ তাৰিখ: 19/08/2019 পৰা 23/08/2019
2. Merit List প্ৰকাশ পাব: 26/08/2019
3. এডমিচনৰ তাৰিখ: 30/08/2019

Admission Fees

1. For First Year: 50,000 টকা
2. For Second Year: 55,000 টকা

বি:দ্ৰ: Merit List কলেজৰ ৱেবচাইট www.rangiattcollege.in আৰু কলেজৰ নটিছ বৰ্ডত উপলব্ধ হব।

For GU B.Ed. Entrance Results: Click Here