অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Aug 2019

হাইস্কুল আৰু হায়াৰছেকেণ্ডাৰী টেটৰ প্ৰমাণপ্ৰত্ৰৰ ম্যাদ বৃদ্ধি: Assam Secondary TET Validity Extended

Assam Secondary TET Validity Extended

Assam Secondary TET Validity Extended

অসম হাইস্কুল আৰু হায়াৰছেকেণ্ডাৰী টেটৰ প্ৰমাণপত্ৰৰ ম্যাদ 7 বছৰলৈ বৃদ্ধি কৰা হৈছে। এই কথা আজি এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে TET Employment Committee এ প্ৰকাশ কৰিছে।

বিজ্ঞপ্তি খনত কোৱা হৈছে যে হাইস্কুল আৰু হায়াৰছেকেণ্ডাৰী টেটৰ ম্যাদ পূৰ্বৰ 5 বছৰৰ পৰা বৃদ্ধি কৰি 7 বছৰ কৰা হৈছে।

ইয়াৰ লগে লগে টেটৰ নতুন ম্যাদ হব এনেধৰণৰ...

  • মাধ্যমিক টেট (হাইস্কুল টেট): 09/06/2020
  • উচ্চতৰ মাধ্যমিক টেট: 14/06/2020

WhatsApp যোগেদি খবৰ পাবলৈইয়াত ক্লিক কৰক

Official Notification

Assam Secondary TET Validity Extended