অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Aug 2019

সৰ্বশিক্ষা অভিযান মিছন, হোজাইত চাকৰি: Axom Sarba Siksha Abhijan (SSA), Hojai Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Hojai Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Hojai Recruitment 2019

অসম সৰ্বশিক্ষা অভিযান মিছন, হোজাই অধীনত Kasturba Gandhi Balika Vidyalaya, Lamding ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি SSA, হোজাই কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: Asssistant/Helper Cook [Female]

Educational Qualification


কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 8000 টকা দৰমহা দিয়া হব

Age Limit

আবেদনকাৰীৰ বয়স 45 বছৰৰ ভিতৰত হব লাগিব

Application Fees

এই পদত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 26/08/2019 তাৰিখৰ ভিতৰত PlainPaper  সকলো নথিসহ আবেদন কৰিব লাগিব
District Mission Coo-ordinator,SSA, Hojai,Sankardev Nagar